• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শদিয়াত গৰ্ভপাতৰ বাবে অহা মহিলাৰ ৰখীয়াৰ ‘গাত হাত’ চিকিৎসকৰ, উত্তপ্ত চিকিৎসালয়

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 20, 2018 8:13 pm
শদিয়া মহকুমা চিকিৎসালয়ৰ বৃহস্পতিবাৰৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

শদিয়া মহকুমা চিকিৎসালয়ৰ বৃহস্পতিবাৰৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শদিয়া মহকুমা চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা০ ৰবীন দলেৰ বিৰুদ্ধে এগৰাকী প্ৰসূতিৰ আত্মীয় মহিলাক অশ্লীল গালি-গালাজ কৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উঠিছে। ঘটনাটোৰ প্ৰতিবাদত বৃহস্পতিবাৰে উত্তপ্ত কৰি তোলে আছুকে ধৰি বিভিন্ন সংগঠনে।

মহিলাগৰাকীয়ে বৃহস্পতিবাৰেই শদিয়া থানাত এজাহাৰ দাখিল কৰিছিল৷ আৰক্ষীৰ সূত্ৰ মতে এটা দল ডাঃ দলেক গ্ৰেপ্তাৰৰ বাবে গৈছিল যদিও ডাঃ দলে পলাতক হৈ আছে৷

Apply Now

কিন্ত মহিলাৰ ওপৰত হাত উঠোৱা দলেক এটা দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত আছুকে ধৰি দল-সংগঠনে চিকিৎসালয় ঘেৰাও কৰি দলেক ২৪ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি শদিয়াৰ পৰা বদলিৰ দাবী জনাইছে৷

অভিযোগ মতে  বুধবাৰে  এগৰাকী মহিলাই গৰ্ভপাত কৰিবলৈ চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক ডা০ অমৰজ্যোতি শইকীয়াৰ ওচৰলৈ আহিছিল আৰু প্ৰসূতিগৰাকীৰ পৰিচৰ্য্যা কৰিবৰ বাবে মাইনা সোণাৰ নামৰ এগৰাকী মহিলাও লগত আহিছিল৷

ডা০ শইকীয়াই প্ৰসূতিগৰাকীৰ নাম পঞ্জীয়ন কৰি প্ৰসূতি কোঠাত প্ৰৱেশ কৰাৰ সময়তে অভিযুক্ত ডাঃ ৰবীন দলে আহি প্ৰসূতিগৰাকীক গালি-গালাজ কৰাৰ লগতে লগত অহা আত্মীয়গৰাকীক প্ৰচণ্ড চৰ মাৰে৷

মহিলাকেইগৰাকীয়ে জনোৱা মতে ডা০ শইকীয়া নহয়, দলেইহে চোৱাৰ কথা আছিল গৰ্ভৱতীগৰাকীক আৰু সেয়ে খৰ্গহস্ত হৈ পৰে চিকিৎসকজন।

অভিযুক্ত চিকিৎসকজনে এমাহৰ আগতেও আন এগৰাকী প্ৰসূতিৰ গিৰীয়েকক অপদস্থ কৰাৰ লগতে ঘটনাৰ বুজ ল’বলৈ অহা আছু কৰ্মীক দুৰ্ব্যৱ্হাৰ কৰিছিল৷

ইয়াৰ উপৰিও ডাঃ দলেই চিকিৎসালয়ৰ কৰ্মীক মানসিক নিৰ্যাতন চলোৱাৰো নানা অভিযোগ উঠি আহিছে বুলি জানিব পৰা গৈছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd