• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একাধিক অপৰাধমূলক গোচৰ; আত্মসমৰ্পণ কিষেনজীৰ ভাই বোৱাৰী দুৰ্ধৰ্ষ মাওবাদী নেত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2025 11:10 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ গাডচিৰৌলিৰ বিদৰ্ভ অঞ্চলৰ ১১জন মাওবাদী নেতাই বুধবাৰে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিশৰ ওচৰত আত্মসমৰ্পণ কৰে। কিষেনজীৰ ভাই বোৱাৰী বিমলা চান্দ সিদাম ওৰফে তাৰাক্কাও এই ১১ জন লোকৰ ভিতৰত আছে। তেওঁ পিপলছ লিবাৰেচন গেৰিলা আৰ্মীৰ অধিনায়ক হিচাপে পৰিচিত। তেওঁৰ আত্মসমৰ্পণক ৰাজ্যৰ বাবে এক বৃহৎ সাফল্য বুলি গণ্য কৰা হৈছে।

মহাৰাষ্ট্ৰ আৰক্ষীৰ তথ্য অনুসৰি মাওবাদী সশস্ত্ৰ বাহিনী পিএলজিএ বা পিপলছ লিবাৰেচন গেৰিলা আৰ্মিৰ অধিনায়ক তথা দণ্ডকাৰণ্য মণ্ডল সমিতিৰ নেত্ৰী বিমলা বিগত ৩৮ বছৰ ধৰি সশস্ত্ৰ নক্সালবাদী কাৰ্যকলাপত জড়িত হৈ আছিল।

Apply Now

তেওঁ চি পি আই (এম এল) পি ডব্লিউ জিৰ হাত ধৰি ১৯৮৩ চনৰ ‘সশস্ত্ৰ বিপ্লৱ’ত যোগদান কৰে। সংগঠনটোৰ ভিতৰত ক্ষন্তেকতে কিষেনজী অৰ্থাৎ নিহত মাওবাদী নেতা মল্লোজুলা কোটেশ্বৰ ৰাওৰ আস্থাভাজন হৈ পৰে।

ডেৰ দশক পূৰ্বে ২০১১ চনত পশ্চিমবংগত যৌথ বাহিনীয়ে কিষেনজীক হত্যা কৰিছিল। সেই সময়ত বিমলাৰ স্বামী বেনুগোপাল আছিল সংগঠনটোৰ প্ৰথম শাৰীৰ নেতা।

মহাৰাষ্ট্ৰ আৰক্ষীৰ তথ্য অনুসৰি এই নেতাজন গাডচিৰৌলি আৰু ছত্তীশগড়কে ধৰি বিভিন্ন জিলাত কেইবাটাও কূটাঘাতমূলক কাণ্ডত জড়িত আছিল। গাডচিৰৌলি আৰক্ষীৰ আউটপোষ্টত বিস্ফোৰণ ঘটাই ১৮ জন লোকক হত্যা কৰাৰ আঁৰতো তেওঁৰ হাত আছিল।

শেহতীয়াকৈ মহাৰাষ্ট্ৰ আৰক্ষীয়ে তেওঁৰ মূৰৰ মূল্য ২ কোটি টকা নিৰ্দ্ধাৰণ কৰিছিল। এই ঘটনাৰ পিছত ফাড়নৱিশে কয় যে ‘মহাৰাষ্ট্ৰ অতি সোনকালে মাওবাদী মুক্ত হ’ব।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিপদত আপোনাৰ ব্যক্তিগত তথ্য! জুম আৰু ফায়াৰফক্স ব্যৱহাৰকাৰীলৈ চৰকাৰৰ জৰুৰী সতৰ্কবাণী

বিপদত আপোনাৰ ব্যক্তিগত তথ্য! জুম আৰু ফায়াৰফক্স ব্যৱহাৰকাৰীলৈ চৰকাৰৰ জৰুৰী সতৰ্কবাণী

October 29, 2026 11:02 am
চাকৰি খাইছে কৃত্ৰিম বুদ্ধিমত্তাই! এইবাৰ আমাজনৰ পৰা একেদিনাই ছাঁটাই ২৫০ কৰ্মচাৰী

চাকৰি খাইছে কৃত্ৰিম বুদ্ধিমত্তাই! এইবাৰ আমাজনৰ পৰা একেদিনাই ছাঁটাই ২৫০ কৰ্মচাৰী

October 29, 2026 10:28 am
৪০ হাজাৰৰ ঔষধ এতিয়া মাত্ৰ ২,৭২০ টকাত! উচ্চতম ন্যায়ালয়ৰ ধমকৰ পাছতে ৯০ শতাংশ পৰ্যন্ত সস্তা হ’ল কেন্সাৰৰ ঔষধ

৪০ হাজাৰৰ ঔষধ এতিয়া মাত্ৰ ২,৭২০ টকাত! উচ্চতম ন্যায়ালয়ৰ ধমকৰ পাছতে ৯০ শতাংশ পৰ্যন্ত সস্তা হ’ল কেন্সাৰৰ ঔষধ

October 29, 2026 10:05 am
ফেচবুক-ইনষ্টাগ্ৰামৰ নিচাত ক্ষতিগ্ৰস্ত কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য! আমেৰিকাত মাৰ্ক জুকাৰবাৰ্গৰ ‘মেটা’ৰ বিৰুদ্ধে গোচৰ

ফেচবুক-ইনষ্টাগ্ৰামৰ নিচাত ক্ষতিগ্ৰস্ত কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য! আমেৰিকাত মাৰ্ক জুকাৰবাৰ্গৰ ‘মেটা’ৰ বিৰুদ্ধে গোচৰ

October 29, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিপদত আপোনাৰ ব্যক্তিগত তথ্য! জুম আৰু ফায়াৰফক্স ব্যৱহাৰকাৰীলৈ চৰকাৰৰ জৰুৰী সতৰ্কবাণী

বিপদত আপোনাৰ ব্যক্তিগত তথ্য! জুম আৰু ফায়াৰফক্স ব্যৱহাৰকাৰীলৈ চৰকাৰৰ জৰুৰী সতৰ্কবাণী

October 29, 2026 11:02 am
চাকৰি খাইছে কৃত্ৰিম বুদ্ধিমত্তাই! এইবাৰ আমাজনৰ পৰা একেদিনাই ছাঁটাই ২৫০ কৰ্মচাৰী

চাকৰি খাইছে কৃত্ৰিম বুদ্ধিমত্তাই! এইবাৰ আমাজনৰ পৰা একেদিনাই ছাঁটাই ২৫০ কৰ্মচাৰী

October 29, 2026 10:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd