DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চাঞ্চল্য! আন যুৱতীৰে ফোনত কথা পতাৰ বাবেই বয়ফ্ৰেণ্ডৰ ডিঙি কাটি হত্যা কৰিলে গাৰ্লফ্ৰেণ্ডে, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2021 4:01 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

332
VIEWS
Share on FacebookShare on Twitter

আন যুৱতীৰে প্ৰেমৰ সন্দেহত বয়ফ্ৰেণ্ডৰ ডিঙি কাটি হত্যা কৰিলে তেওঁৰ গাৰ্লফ্ৰেণ্ডে।

উত্তৰ প্ৰদেশৰ সীতাপুৰৰ লহৰপুৰ থানাৰ অন্তৰ্গত এক অঞ্চলত যোৱা সোমবাৰে সংঘটিত হৈছে এই হত্যাকাণ্ড।

আন এক যুৱতীৰ স’তে ফোন কথা পতাৰ বাবেই বয়ফ্ৰেণ্ড ৰাজেশৰ (২৮) ডিঙি কাটি হত্যা কৰিলে ৰজনী (৩৫) নামৰ গাৰ্লফ্ৰেণ্ডজনীয়ে।

ইতিমধ্যে আৰক্ষীয়ে ৰজনীক গ্ৰেপ্তাৰ কৰিছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুযায়ী, যোৱা তিনি বছৰ ধৰি সম্পৰ্কত আছিল ৰাজেশ আৰু ৰজনী।

ৰাজেশে এখন দোকানত কাম কৰে আৰু ৰজনীক দামী উপহাৰ কিনি দিয়ে।

কিন্তু তেওঁ আন এক যুৱতীৰে সন্দেহ কৰি ৰজনীয়ে কাজিয়া আৰম্ভ কৰে।

অৱশেষত ৰাজেশৰ ডিঙি কাটি হত্যা কৰে ৰজনীয়ে।

চিকিৎসালয়ত চিকিৎসকসকলে ৰাজেশক মৃত বুলি ঘোষণা কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়ামতে, যেতিয়া ৰজনীয়ে জানিব বিচাৰে যে ৰাজেশে কাৰ স’তে কথা পাতি আছিল, তেতিয়া ৰাজেশে ৰজনীক অৱজ্ঞা কৰিছিল, যাৰ ফলশ্ৰুতিত ৰজনীৰ ধৈৰ্যৰ সীমা চেৰাই যায় আৰু এখন ছুৰিৰে ডিঙি কাটি পেলায়।

প্ৰচুৰ ৰক্তক্ষৰণ হৈ মাটিত ৰাজেশ পৰি যোৱাৰ পাছতে গাঁওবাসী ঢপলিয়াই আহে আহে আৰু কাষৰে স্বাস্থ্যকেন্দ্ৰ এটালৈ লৈ যায়।

আৰক্ষীয়ে জনোৱামতে, তাতে তেওঁৰ মৃত্যু হয়।

Recent News

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd