DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত অবৈধ বালি কঢ়িওৱা ট্ৰাকৰ খুন্দাত মহিলাৰ মৃত্যু

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
October 15, 2020 7:53 pm
মাৰ্ঘেৰিটাত অবৈধ বালি কঢ়িওৱা ট্ৰাকৰ খুন্দাত মহিলাৰ মৃত্যু
155
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত আগবন্ধা- কেটেটং পথত আজি সন্ধিয়া সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী ১৮ মহীয়া কেছুৱাৰ মাতৃ থিতাতে নিহত হোৱাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

জানিব পৰা মতে, মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত আগবন্ধা কেটেটং পথত এ এচ ২৩ ডি ১৯৬৪ নম্বৰৰ অবৈধ বালি ভৰ্তি এখন ট্ৰাকক একে দিশৰ পৰা অহা এ এচ ২৩ জি ৩১৯৬ নম্বৰৰ এখন মটৰ চাইকেলে অতিক্ৰম কৰি যাবলৈ চেষ্টা কৰোতেই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

মৃত্যু হোৱা মহিলা গৰাকী ডিগবৈৰ নাহৰকটীয়া গাঁৱৰ বাসিন্দা উৎপল বৰাৰ পত্নী নিতুমণি শইকীয়া (২০)।

উল্লেখ যোগ্য যে, মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত কেটেটং বৰফাকিয়াল চাইনা বুঢ়ীদিহিং ঘাটৰ পৰা অবৈধভাৱে বালি সংগ্ৰহ কৰি ট্ৰাকখনত তীব্ৰ বেগে আহি আছিল।

ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ চালক সহ ট্ৰাক খন আৰু মটৰ চাইকেলখন জব্দ কৰাৰ লগতে আহত উৎপল শইকীয়া আৰু কেছুৱাটিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

ইতিমধ্যে, মাৰ্ঘেৰিটা আৰক্ষীয়ে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

পথ দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে আৰু বৰফাকিয়াল চাইনা বুঢ়ীদিহিং ঘাটৰ অবৈধ বালি বেহাৰ লগতে সমগ্ৰ মাৰ্ঘেৰিটাত চলি থকা অবৈধ বালি বেহা বন্ধ কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে।

দীৰ্ঘদিনে মাৰ্ঘেৰিটাৰ একাংশ বালি মাফিয়াই ৰমৰমীয়া বেহা চলাই অহাৰ বিপৰীতে বিভিন্ন সময়ত সংঘটিত হোৱা পথ দুৰ্ঘটনাত বিভিন্ন ব্যক্তিয়ে অকাল মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে।

Recent News

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Road accident

বৰপেটাত ভয়াৱহ পথ দুৰ্ঘটনা: দ্ৰুতবেগী বাহনে প্ৰাণ ল’লে তিনিজনৰ, পাঁচজন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd