• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত ছাত্ৰীক ফোনত অশ্লীল প্ৰস্তাৱ দিয়া শিক্ষকৰ শাস্তিৰ দাবীত শতাধিক মহিলাৰ প্ৰতিবাদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 26, 2019 8:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাত্ৰীক ফোনত অশ্লীল প্ৰস্তাৱ দিয়া শিক্ষকৰ শাস্তিৰ দাবীত শিৱসাগৰ জিলাৰ হাঁহচৰা নগা গাঁৱৰ শতাধিক মহিলাই আজি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় ঘেৰাও কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে শিৱসাগৰ হাঁহচৰা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ বিষয় শিক্ষক বিভূতি মহন্তই নিজ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক ফোনত অশ্লীল কথা কৈ হাৰাশাস্তি দি আহিছিল।

Apply Now

ভুক্তভোগী ছাত্ৰী গৰাকীয়ে মোবাইলত সমস্ত কথা বতৰা ৰেকৰ্ডিং কৰি ৰাখি পিছত পৰিয়ালৰ লোকক ৰেকৰ্ডিংসহ শিক্ষকজনে তেওঁৰ ওপৰত চলাই অহা নিৰ্যাতনৰ কথা অৱগত কৰে।

আনহাতে শিক্ষকজনৰ উক্ত কাণ্ড জানিব পাৰি ছাত্ৰীগৰাকীক নিজৰ ঘৰত ৰাখি পঢ়া শুনা কৰোৱা শিৱ কন্যাক নামৰ লোকজনে বিভূতি মহন্তক তেওঁৰ ঘৰৰ পৰা মাতি আনি প্ৰশ্ন কৰাৰ লগতে অডিঅ’টো শুনোৱাত তেওঁ ইয়াক মিছা বুলি কোৱাৰ লগতে শিৱ কন্যাকৰ সৈতে হতাহতি লাগে।

ফলত তাত উপস্থিত থকা স্থানীয় লোকে লপা-থপা দি শিক্ষক মহন্তক চেৰেকাপাৰ আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে আহত বিভূতি মহন্তক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজ হস্পিতেললৈ প্ৰেৰণ কৰে।

কিন্তু ঘটনাৰ ২০ দিন পাৰ হোৱাৰ পাছতো আজি পৰ্যন্ত শিক্ষক মহন্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই। তাৰ পৰিৱৰ্তে আচামীক ৰক্ষণাবেক্ষণ দি অহাৰ অভিযোগ উঠিছে শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে। ৰাইজৰ অভিযোগ আৰক্ষীৰ সহায়ত বিভূতি মহন্তক মেডিকেল কলেজৰ পৰা এখন ব্যক্তিগত চিকিৎসালয়লৈ হস্তান্তৰ কৰা হৈছে।

আজিৰ প্ৰতিবাদকাৰী মহিলাসকলে আৰক্ষীয়ে অসুস্থতাৰ নাটক ৰচি অভিযুক্তক গ্ৰেপ্তাৰ নকৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰাই থৈ জামিন লাভৰ বাবে সুবিধা কৰি দিয়া অভিযোগ আনে।

তেওঁলোকে ছাত্ৰী গৰাকীক ন্যায় প্ৰদান কৰাৰ লগতে অতি শীঘ্ৰে শিক্ষক বিভূতি মহন্তক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তিৰ বাবে আজি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd