• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমা হাচাওত গিৰীয়েকে ব্লেডেৰে কাটি হত্যা কৰিলে পত্নীক

নংগী তেৰাং নংগী তেৰাং
ডিফু , September 10, 2019 7:56 pm

1 min read

ডিমা হাচাওত গিৰীয়েকে ব্লেডেৰে কাটি হত্যা কৰিলে পত্নীক
163
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাও জিলাৰ ডিয়ুংমুখ আৰক্ষী চকীৰ অধীনৰ বড়ো ৱাছলিং গাঁৱত সোমবাৰে (৯ ছেপ্টেম্বৰ) নিশা এজন লোকে নিজ পত্নীক নৃসংশভাৱে হত্যা কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে কালি নিশা পুকুন চৌহান নামৰ ব্যক্তিজনে তেওঁৰ পত্নী ৰীতা দেৱীক ব্লেডেৰে আক্ৰমণ চলায়। গিৰীয়েকৰ আক্ৰমণত ৰীতা দেৱীৰ দিঙিকে ধৰি শৰীৰৰ আন আন অংশত গুৰুতৰ আঘাত লাগে আৰু তেওঁ মৃত্যুক সাবটি লয়।

মহিলা গৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে পুকুন চৌহানে তেওঁৰ পত্নীক দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল।

আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী স্বামী চৌহানক গ্ৰেপ্তাৰ কৰিছে আৰু হত্যাকাণ্ড সন্দৰ্ভত তদন্ত চলাই আছে।

উল্লেখযোগ্য যে পাহাৰীয়া জিলাখনত যোৱা এটা মাহত উক্ত হত্যাকাণ্ডটোকে অনুৰূপ ধৰনে দুগৰাকীকৈ মহিলাক হত্যা কৰা হৈছে।

ইয়াৰ পূৰ্বে যোৱা ২২ আগষ্টত উমৰাংছোত জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত ৰোলী চাংমা নামৰ এগৰাকী মহিলাক তেওঁৰ স্বামী প্ৰদ্যুৎ চাংমাই অনুৰূপ ধৰণে হত্যা কৰিছিল।

Recent News

a subhra

চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ এইগৰাকী অভিনেত্ৰীক, কিন্তু কিয়?

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd