• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মহিলা বৰ্জিত’ চৰকাৰ: তালিবানৰ বিৰুদ্ধে ৰাজপথত  প্ৰতিবাদত নামিল সাহসী আফগান মহিলা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2021 8:21 am
tal;pg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৈৰাজ্যৰ দেশ আফগানিস্তানত তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মানেই মৃত্যুক স্বাগতম জনোৱা।

মৃত্যু ভয়ক শিৰতলৈয়ো পিছে তালিবানৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল আফগানিস্তানৰ বহু সাহসী মহিলা।

শেহতীয়াকৈ তালিবানে আফগানিস্তানত গঠন কৰা অন্তৰ্ৱতী চৰকাৰত এগৰাকীও মহিলা প্ৰতিনিধি ৰখা হোৱা নাই।

মহিলাৰ বিৰুদ্ধে তালিবানে কৰা এনে বৈষম্যৰ বিৰুদ্ধে এইবাৰ সেয়ে ৰাজপথলৈ ওলাই আহিল এজাক সাহসী আফগান মহিলা।

দেশ খনৰ ৰাজধানী কাবুল আৰু উত্তৰ-পূব অংশত অৱস্থিত বাদাখস্তানৰ একাংশ মহিলাই ৰাজপথত তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ সময়তে তালিবানে বহু প্ৰতিবাদী মহিলাক অতি বৰ্বৰ ভাবে প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে।

আফগানিস্তানৰ সংবাদ প্ৰতিষ্ঠান Etilaatroz -এ প্ৰকাশ কৰা অনুসৰি মহিলাসকলৰ এনে প্ৰতিবাদৰ খবৰ প্ৰচাৰ কৰা বাবে তালিবানে আনকি বহু কেইজন সাংবাদিকক প্ৰহাৰ কৰাৰ লগতে আটক কৰিও ৰাখিছে।

তালিবানে ইতিমধ্যে এনেধৰণৰ সকলো প্ৰতিবাদক অবৈধ ঘোষণা কৰিছে। উল্লেখ্য মঙলবাৰেও আফগানিস্তানৰ হেৰাট প্ৰদেশত তালিবানৰ বিৰুদ্ধে পৰ্ৰতিবাদ কৰা তিনি জন লোকক তালিবানে গুলীয়াই হত্যা কৰিছিল।

উল্লেখ্য মঙলবাৰে তালিবানে আফগানিস্তানক ইছলামিক গণৰাজ্য হিচাবে ঘোষণা কৰাৰ লগতে এখন অন্তৰ্ৱতীকালীন চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰিছিল।

তালিবানৰ এই নতুন চৰকাৰ খনত কোনো এগৰাকী মহিলাকেই স্থান দিয়া হোৱা নাই।

তাৎপৰ্যপূণ ভাবে উক্ত চৰকাৰৰ মুৰববীৰ দায়িত্ব অৰ্পন কৰা হৈছে ৰাষ্ট্ৰসংঘই ব্লেক লিষ্টেড কৰি থোৱা সন্ত্ৰাসবাদী মোল্লা মহম্মদ হাছান আকন্দক।কেৱল সেয়াই নহয়।

অন্তৰ্ৱতীকালীন চৰকাৰ আভ্যন্তৰীণ দপ্তৰৰ মন্ত্ৰী হিচাবে নিযুক্তি দিয়া হৈছে এফবিআই-এ মষ্ট ৱাণ্টেড ঘোষণা কৰা হাক্কানী গ্ৰুপৰ নেতা ছিৰাজুদ্দিন হাক্কানীক।

অন্তৰ্ৱতীকালীন চৰকাৰৰ কেবিনেটে আফগানিস্তানত এখন পূৰ্ণাংগ আৰু স্থায়ী চৰকাৰৰ ৰূপৰেখা প্ৰস্তুত কৰিব বুলি তালিবানে প্ৰকাশ কৰিছে।

ইপিনে তালিবানে গঠন কৰি দিয়া অন্তৰ্ৱতীকালীন চৰকাৰ খনত কেইবাজনো মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী অন্তৰ্ভূক্ত হোৱাৰ বিষয়টোৱে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আকন্দে ইংৰাজী ভাষাত প্ৰকাশ কৰা এক বিজ্ঞপ্তিত এই বুলি কৈছে যে তালিবানৰ চৰকাৰে আফগানিস্তানৰ চুবুৰীয়া দেশ সমূহৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিব বিচাৰে।

উল্লেখ্য আজিলৈকে আকন্দে কোনো দিনে ৰাজহুৱাভাবে দৰ্শন দিয়া নাই। এয়াই তেওঁৰ প্ৰথন বিজ্ঞপ্তি।

ইপিনে আফগানিস্তানৰ নেছনেল ৰেজিষ্টেণ্ট ফ্ৰণ্টে তালিবানৰ অন্তৰ্ৱতীকালীন চৰকাৰ খনক অবৈধ আখ্যা দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd