• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰম্পৰা ভাঙি সম্পূৰ্ণ মহিলা কৰ্মীৰে চলিল মালবাহী ৰে’ল; দেশবাসীয়ে জনালে অভিনন্দন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 10, 2021 8:43 am

2 min read

Untitled-1-10
170
VIEWS
Share on FacebookShare on Twitter

পৰম্পৰাগত ধাৰণাৰ বিপৰীতে এক নতুন ধাৰাৰ সূচনা কৰিলে ৱেষ্টাৰ্ণ ৰে’লে। চালকৰ পৰা আৰম্ভ কৰি গাৰ্ডলৈকে সকলো মহিলা কৰ্মীক লৈ মহাৰাষ্ট্ৰৰ পৰা গুজৰাটলৈকে সুদীৰ্ঘ পথ চলিল মালবাহী ৰে’ল।

মহাৰাষ্ট্ৰৰ ভাছাই ৰোডৰ পৰা গুজৰাটৰ ভদোদৰা অভিমুখে ৰাওনা হয় মহিলা কৰ্মীৰে পৰিচালিত মালবাহী ৰে’লখন।

দেশৰ সমগ্ৰ মহিলা সমাজৰ বাবে অনুপ্ৰেৰণাৰ উৎস এই কৃতিত্বৰ অধিকাৰী যি তিনিগৰাকী নাৰী, তেওঁলোক হৈছে কুমকুম ডোংৰি, উদিতা বৰ্মা আৰু আকাংক্ষা ৰাই। ছচিয়েল মিডিয়াত এই তিনিগৰাকী নাৰীক প্ৰশংসাৰে উপচাই পেলাইছে অসংখ্য লোকে।

মহিলাই সকলো কামেই কৰিব পাৰে সেইকথা আকৌ এবাৰ প্ৰমান কৰি দেখুৱালে মহিলা তিনিগৰাকীয়ে। তেওঁলোকৰ কৃতিত্বৰ বাবে ধন্যবাদৰ পাত্ৰ হ’ল ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলো।

ৱেষ্টাৰ্ণ ৰে’লৰ ফালৰ পৰা কৰা টুইটত কোৱা হৈছে,’’পাঁচ জানুৱাৰিত এখ মালবাহী ৰে’ল সকলো মহিলা কৰ্মী যেনে লোকো পাইলট, সহকাৰী লোকো পাইলট আৰু গাৰ্ডক লৈ চলোৱা হয়। তেওঁলোকে মুম্বাইৰ পৰা গুজৰাটৰ ভদোদৰাত উপস্থিতি হয়।‘’

ৱেষ্টাৰ্ণ ৰে’লৰ জেনেৰেল মেনেজাৰ আলোক কানসালে কয়,’’ৱেষ্টাৰ্ণ ৰে’লে পৰম্পৰাগত নিয়ম ভাঙি দিছে। নতুন ইতিহাস ৰচিছে। তেওঁলোকে প্ৰমান কৰিছে যে মহিলাই সকলো কামেই কৰিব পাৰে আৰু সেয়া দক্ষতাৰ সৈতে পালন কৰিবলৈ সক্ষম।‘’

আনহাতে, ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলে টুইট কৰি কয়,’’ আমাৰ মহিলাসকলে মহাৰাষ্ট্ৰৰ ভাছাই ৰোডৰ পৰা গুজৰাটৰ ভদোদৰালৈকে মালবাহী ৰে’ল দক্ষতাৰে পৰিচালনা কৰি সক্ষমতাৰ এক দুৰন্ত উদাহৰণ দাঙি ধৰিছে।‘’

Recent News

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd