• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা নাই এন ডি এৰ; সংখ্যাৰ পৰীক্ষাত উত্তীৰ্ণ হ’বনে মহিলা সংৰক্ষণ বিধেয়ক?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 21, 2026 11:13 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যদিহে ই আন দলৰ সমৰ্থন আদায় কৰিব নোৱাৰে বা তেওঁলোকৰ কিছুমানক ভোটদানৰ পৰা বিৰত ৰাখিব নোৱাৰে তেন্তে মহিলা সংৰক্ষণ বিধেয়ক দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিবলৈ সংসদত প্ৰয়োজনীয় সংখ্যা শাসকীয় এন ডি এৰ হাতত নাই।

সদনৰ ৫৪ শতাংশ হিচাপে লোকসভাত এন ডি এৰ ২৯৩ জন সদস্যৰ সমৰ্থন থকাৰ বিপৰীতে বিৰোধী দলৰ আছে ২৩৩ জন সাংসদ। ৭ জন সাংসদ নিৰ্দলীয় হোৱাৰ বিপৰীতে ৭ জন সাংসদ ৱাই এছ আৰ চি পি, এ আই এম আই এম আৰু শিৰোমণি আকালি দলৰ দৰে দলৰ, যিয়ে এতিয়াও মুকলিকৈ বিধেয়কৰ প্ৰতি সমৰ্থন কৰা নাই।

Apply Now

নিয়ম অনুসৰি সংবিধান সংশোধনী বিধেয়ককে ধৰি ৩৬০ জন সাংসদে বিধেয়কসমূহৰ সমৰ্থন কৰিব লাগিব, যিটো উপস্থিত আৰু ভোটদান কৰা সদস্যৰ দুই-তৃতীয়াংশ।

লোকসভাত অনুমোদন লাভ কৰিবলৈ হ’লে সমাজবাদী পাৰ্টি (৩৭ জন সাংসদ), তৃণমূল কংগ্ৰেছ (২৮ জন সাংসদ) বা ডি এম কে (২২ জন সাংসদ)ৰ মাজৰ পৰা কমেও দুটা মূল বিৰোধী দলে ভোটদানৰ পৰা বিৰত থাকিব লাগিব। লোকসভাত কংগ্ৰেছৰ আছে ৯৮ জন সাংসদ। আনহাতে, এন ডি এৰ পৰা লোকসভাত বিজেপিৰ ২৪০ জন, টিডিপিৰ ১৬ জন আৰু জেডিইউৰ ১২ জন সাংসদ আছে।

যদিহে বিধেয়কখনে লোকসভাৰ অনুমোদন নাপায় তেন্তে ৰাজ্যসভাত এই বিধেয়ক উত্থাপন নহ’ব। ৰাজ্যসভাত ৫৮ শতাংশ হিচাপত এন ডি এৰ পক্ষত ১৪১ জন সদস্য আছে আৰু বিৰোধীৰ সমৰ্থনত আছে ৮৩ জন সাংসদ।

বি আৰ এছ, ৱাই এছ আৰ চি পি, বি জে ডি, আৰু বি এছ পিৰ দৰে দল আৰু নিৰ্দলীয় দলৰ উচ্চ সদনত ২০ জন সাংসদ আছে আৰু তেওঁলোকৰ ভোটে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

সংবিধান সংশোধনী বিধেয়কখন উচ্চ সদনত গৃহীত হ’বলৈ হ’লে শাসকীয় মিত্ৰজোঁটক উপস্থিত থাকি ভোটদান কৰিবলৈ ১৬৩ জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন, যিটো সদনৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা।

ৰাজ্যসভাত বিজেপিৰ ১০৭ জন সাংসদ থকাৰ বিপৰীতে কংগ্ৰেছৰ ২৮ জন, তৃণমূলৰ ১৩ জন, আপৰ ১০ জন আৰু ডিএমকেৰ ৮ জন সাংসদ আছে।

সূত্ৰসমূহে জনোৱা মতে, বিজেপিৰ কেইবাগৰাকীও সাংসদে ব্যক্তিগতভাৱে স্বীকাৰ কৰিছে যে তেওঁলোকৰ হাতত মূল বিধেয়কসমূহ গৃহীত কৰিবলৈ সংখ্যা নাই। সংবিধান সংশোধনৰ বাবে সংসদৰ দুয়োটা সদনত মুঠ সদস্যৰ সংখ্যাগৰিষ্ঠতা (৫০ শতাংশতকৈ অধিক) আৰু উপস্থিত আৰু ভোটদান কৰা সদস্যৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। গতিকে যদি বৰ্তমান সদনত থকা ৫৪০ জন সদস্যই উপস্থিত থাকে আৰু ভোটদান কৰে, তেন্তে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ বাবে লাগিব ৩৬০জন সদস্যৰ সমৰ্থন।

বিধেয়কসমূহ গৃহীত কৰাত সকলো পক্ষৰ সমৰ্থন বিচৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত এক তীব্ৰ আবেদন জনাই কয় যে যদিহে বিৰোধীয়ে বিধেয়কসমূহৰ বিৰোধিতা কৰে তেন্তে তেওঁ সকলো ক্ৰেডিট পাব কিন্তু সকলোৱে আইনখনক সমৰ্থন কৰিলে সকলোকে “ব্লেংক চেক” দিবলৈ সাজু।

ইপিনে, মহিলা সংৰক্ষণ আইন সংশোধন কৰি সীমা নিৰ্ধাৰণ আয়োগ গঠনৰ বাবে লোকসভাত তিনিখন বিধেয়ক সন্দৰ্ভত শুকুৰবাৰে সন্ধিয়া ৪ বজাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd