• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰেমৰ আচৰিত বাৰ্তা! ৭২টা দামী পানীৰ কল চুৰি কৰি চোৰে লিখিলে ‘লাভ ইউ’, ক্ষোভত অগ্নিশৰ্মা কংগ্ৰেছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2026 4:34 pm
217
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছত্তীশগড়ৰ অম্বিকাপুৰৰ অতি গুৰুত্বপূৰ্ণ এলেকা গান্ধী চকত অৱস্থিত কংগ্ৰেছৰ জিলা কাৰ্যালয় ৰাজীৱ ভৱনত এক আচৰিত আৰু চাঞ্চল্যকাৰী চুৰি কাৰ্য সংঘটিত হৈছে। কাৰ্যালয়টোৰ বাথৰুমৰ পৰা অতি নিখুঁতভাৱে প্ৰায় ৭২টা দামী পানীৰ কল বা টেপ খুলি লৈ উধাও হৈছে চোৰৰ দল। কিন্তু আটাইতকৈ আচৰিত কথাটো হ’ল, কেৱল চুৰি কৰিয়েই চোৰ শান্ত থকা নাই, যোৱাৰ আগতে অফিচৰ মজিয়াত এটা ‘লাভ ইউ’ বুলি প্ৰেমৰ বাৰ্তাও লিখি থৈ গৈছে।

এই অদ্ভুত ঘটনাটো পোহৰলৈ অহাৰ পিছতে চহৰখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় কংগ্ৰেছ নেতৃত্বই। জানিব পৰা মতে, ৰাজীৱ ভৱনত এই লৈ একেৰাহে তিনিবাৰকৈ চুৰিৰ ঘটনা সংঘটিত হ’ল। ইয়াৰ ফলত এই হাই প্ৰফাইল এলেকাটোৰ নিৰাপত্তা ব্যৱস্থাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। কংগ্ৰেছ নেতাসকলৰ দাবী যে চোৰবোৰ ইমানেই নিৰ্ভীক আৰু নিশ্চিন্ত আছিল যে কোনো ধৰণৰ ভয় নোহোৱাকৈ অতি শান্তিপূৰ্ণভাৱে বাথৰুমৰ প্ৰতিটো দামী পানীৰ কল খুলি লৈ যাবলৈ সক্ষম হ’ল।

Apply Now

ঘটনাৰ খবৰ পাই কংগ্ৰেছৰ জিলা সভাপতি বালকৃষ্ণ পাঠক লগে লগে ৰাজীৱ ভৱনত উপস্থিত হয় আৰু খঙত ফাটি পৰে। এই চুৰি কাৰ্যৰ আঁহত চহৰখনৰ সক্ৰিয় ড্ৰাগছ আসক্ত আৰু সমাজবিৰোধী লোক জড়িত থকাৰ পূৰ্ণ সন্দেহ প্ৰকাশ কৰিছে জিলা সভাপতিগৰাকীয়ে।

বালকৃষ্ণ পাঠকে সংবাদ মাধ্যমৰ আগত কয় যে এই কাৰ্যালয়ত এইয়া তৃতীয়টো চুৰিৰ ঘটনা। চোৰৰ এই দুঃসাহসে প্ৰমাণ কৰে যে চহৰখনত আইন-শৃংখলা পৰিস্থিতিৰ কিমান অৱনতি ঘটিছে। তেওঁ লগতে কয় যে আটাইতকৈ ডাঙৰ কথাটো হ’ল চোৰ কেইটাই যোৱাৰ আগতে মজিয়াত এটা বাৰ্তা লিখি থৈ গৈছে, যিটোৱে পোনপটীয়াকৈ আৰক্ষী আৰু প্ৰশাসনক মুকলিকৈ উপহাস কৰা বুজাইছে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ খবৰ পাই তদন্ত আৰম্ভ কৰিছে। চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে মজিয়াত লিখা শব্দৰ সূত্ৰ ধৰি অপৰাধী কৰায়ত্ত কৰাৰ চেষ্টা চলাই থকা হৈছে। কিন্তু এটা প্ৰভাৱশালী ৰাজনৈতিক দলৰ কাৰ্যালয়ত সোমাই চোৰে কৰা এনে ধেমালি আৰু চুৰিৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd