• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সপ্তাহত দুদিন ঘৰৰ পৰাই কাম কৰাৰ সুযোগ : মোদীৰ বাক্য শিৰোধাৰ্য কৰি এই পদক্ষেপ ৰাজ্য চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2026 5:14 pm
86
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা ইন্ধনৰ খৰচ নিয়ন্ত্ৰণ কৰিবলৈ আৰু বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ ওপৰত পৰা চাপ হ্ৰাস কৰিবলৈ দিল্লী চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা কৰ্মচাৰীসকলে সপ্তাহত দুদিনকৈ ঘৰৰ পৰা অফিচৰ কাম কৰিব পাৰিব। ইয়াৰ উপৰিও যাতায়তৰ নামত হোৱা ইন্ধনৰ অপচয় ৰোধ কৰিবলৈ চৰকাৰী বিভাগসমূহৰ ৫০ শতাংশ বৈঠক অনলাইন মাধ্যমেৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। চৰকাৰী বিভাগসমূহৰ লগতে দিল্লী পৌৰ নিগমৰ কাৰ্যালয়ৰ সময়সূচীতো পৰিৱৰ্তন অনা হ’ব যাতে যান-জঁটৰ সমস্যা কম হয়। ইন্ধনৰ সঠিক ব্যৱহাৰৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে চৰকাৰে এক বিশেষ প্ৰচাৰ অভিযান চলোৱাৰো পৰিকল্পনা কৰিছে।

চৰকাৰী কামত ব্যৱহাৰ হোৱা বাহনৰ ইন্ধনৰ খৰচ কমাবলৈও কঠোৰ ব্যৱস্থা লোৱা হৈছে। চৰকাৰী বিষয়াসকলৰ বাবে নিৰ্ধাৰিত পেট্ৰ’লৰ পৰিমাণ ২০ শতাংশলৈ হ্ৰাস কৰা হৈছে যাৰ ফলত এতিয়াৰে পৰা মাহিলী সৰ্বোচ্চ সীমা ২০০ লিটাৰৰ পৰা কমি আহিব। ইয়াৰ লগতে অহা ছয় মাহলৈ দিল্লী চৰকাৰে কোনো নতুন বাহন ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছে। চৰকাৰী কৰ্মচাৰীসকলক ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিবলৈ ২৯টা চৰকাৰী আৱাসিক এলেকাত ৫৮খন বিশেষ বাছৰ ব্যৱস্থা কৰা হ’ব। জনসাধাৰণক সপ্তাহত এদিন ব্যক্তিগত বাহন পৰিহাৰ কৰি নো কাৰ ডে পালন কৰিবলৈও চৰকাৰে আহ্বান জনাইছে।

Apply Now

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ইন্ধনৰ খৰচ কমাবলৈ যি আহ্বান জনাইছিল তাৰ সৈতে সংগতি ৰাখিয়েই এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে নিজেই নিজৰ নিৰাপত্তা বাহিনীৰ বাহনৰ সংখ্যা কমোৱাৰ সিদ্ধান্ত লৈছে আৰু দেশবাসীক ভোজ্য তেলৰ ব্যৱহাৰ হ্ৰাস কৰা তথা থলুৱা পৰ্যটনক গুৰুত্ব দিবলৈ পৰামৰ্শ দিছে। দিল্লী চৰকাৰৰ এই পদক্ষেপৰ সমান্তৰালকৈ আন বহুতো বিজেপি শাসিত ৰাজ্যয়ো একে ধৰণৰ নীতি গ্ৰহণ কৰিছে। এই নতুন ব্যৱস্থাৰ অধীনত চৰকাৰী কাৰ্যালয়ৰ গ্ৰুপ চি আৰু গ্ৰুপ ডি কৰ্মচাৰীসকলৰ ৫০ শতাংশই প্ৰতিদিনে কাৰ্যালয়ত উপস্থিত থাকিব আৰু বাকী ৫০ শতাংশই ঘৰৰ পৰা কাম কৰিব। ইয়াৰ বাবে এটা সাপ্তাহিক ডিউটি ৰষ্টাৰ প্ৰস্তুত কৰিবলৈ বিভাগীয় মুৰব্বীসকলক নিৰ্দেশ দিয়া হৈছে যাতে পাল পাতি সকলোৱে অফিচ আৰু ঘৰৰ পৰা কাম কৰাৰ সুযোগ পায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd