• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাতীয় উৎসৱৰ প্ৰতি শ্ৰদ্ধা : গোৱালপাৰাত ধুতি-গামোচা পৰিধানেৰে তেল যোগান ধৰিছে তেল ডিপোৰ কৰ্মচাৰীয়ে

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , January 15, 2019 2:50 pm

1 min read

Goalpra Petrol pump

ফটো : নৰ্থ-ইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

মাঘ বিহু উদযাপনক লৈ ব্যস্ত হৈ আছে সমগ্ৰ ৰাজ্যবাসী। ইয়াৰ ব্যতিক্ৰম নহ’ল গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পেট্ৰ’ল পাম্পত কৰ্মৰত কৰ্মচাৰীসকলো। প্ৰত্যেক বছৰৰ দৰে এইবছৰো মাঘ বিহুৰ দোমাহিৰ দিনা পেট্ৰ’ল পাম্পটোত কৰ্মৰত কৰ্মচাৰীসকলে সম্পূৰ্ণ অসমীয়া সাজ-পাৰ পৰিধান কৰি নিজৰ নিজৰ কৰ্তব্য পালন কৰা পৰিলক্ষিত হয়। এই অভাৱনীয় দৃশ্যই গৌৰৱাম্বিত কৰি তুলিছে গোৱালপাৰাবাসীক।

ইয়াৰ উপৰি মাঘ বিহু উপলক্ষে পেট্ৰ’ল পাম্প কৰ্তৃপক্ষই এইবাৰ এক ব্যতিক্ৰমী প্ৰয়াস কৰাৰো চেষ্টা কৰিছে। আজি ৰাতিপুৱাৰে পৰা পেট্ৰ’ল পাম্পটোত তেল ভৰাবলৈ অহা প্ৰতিজন গ্ৰাহককে পাম্প কৰ্তৃপক্ষই লাৰু, পিঠা, দৈ-চিৰাৰে আপ্যায়ন কৰিছে।

পুৱাৰ পৰাই এনেদৰে অসমীয়া ধুতি-গামোচা পৰিধান কৰি তেল যোগান ধৰাৰ লগতে লাৰু পিঠাৰে আপ্যায়িত কৰি থকা শ্ৰমিক সকলক দেখি আপ্লুত হৈ পৰিছে গোৱালপাৰা চহৰবাসীৰ লগতে জিলাবাসীও।

উল্লেখ্য যে ইয়াৰ আগতেও টুকুৰাৰ ভাৰত পেট্ৰ’লিয়ামৰ কৰ্মীসকলে সম্পূৰ্ণ অসমীয়া সাজ পৰিধান কৰি কৰ্তব্য পালনৰ লগতে এনেদৰে বিহু উদ্‌যাপন কৰা বুলি পাম্প কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd