• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জি আই এম টি, গুৱাহাটীত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত কৰ্মশালা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 18, 2019 2:58 pm

1 min read

জি আই এম টি, গুৱাহাটীত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত কৰ্মশালা
460
VIEWS
Share on FacebookShare on Twitter

গুৱাহটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী (জি আই এম টি)ত ৬ দিনিয়া কাৰ্যসূচীৰে ‘Artificial Intelligence using Python’ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হৈ যায়।

প্ৰতিষ্ঠানটোৰ কম্পিউটাৰ এপ্লিকেচন বিভাগে আয়োজন কৰা কৰ্মাশালাখন যোৱা  ৪ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈকে চলে।

কৰ্মশালাৰ এটি দৃশ্য

চেণ্টাৰ অৱ এক্সিলেঞ্চ ফৰ এপ্লিকেচন চিক্যুৰিটি, নেশ্যনেল ইন্ফ’ৰ্মেটিকছ চেণ্টাৰৰ প্ৰাক্তন উপ সঞ্চালক প্ৰধান তথা অধ্যক্ষ দীপক গোস্বামীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা কৰ্মশালাখনত প্ৰতিষ্ঠানটোৰ MCA ৩য় আৰু ৫ম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

গোস্বামীৰ উপৰি জি আই এম টিৰ কম্পিউটাৰ এপ্লিকেচন বিভাগৰ মুৰব্বী অধ্যাপক এম আৰ সিংহই প্ৰাসংগিক প্ৰাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ জৰিয়তে উদ্যোগ আৰু শিক্ষাৰ মাজৰ ব্যৱধান নোহোৱা কৰাৰ ওপৰত গুৰুত্ব দিয়ে।

প্ৰতিষ্ঠানটোৰ কাৰিকৰী অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী ঠুলেশ্বৰ নাথে উদ্বোধন কৰা কৰ্মশালাখনত কম্পিউটাৰ এপ্লিকেচন বিভাগৰ অধ্যাপক অৰ্ণৱ কুমাৰ দাস আৰু ৰাজশ্ৰী পালেও বিষয়টোৰ সম্পৰ্কে ভাষণ দিয়ে।

কৰ্মশালাৰ শেষত অংশগ্ৰহণকাৰী সকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰা হয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd