• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত ক্ৰীড়া সাংবাদিকতাৰ কৰ্মশালা

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , September 15, 2018 10:55 pm

1 min read

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত ক্ৰীড়া সাংবাদিকতাৰ কৰ্মশালা

বোকাখাতৰ জে দি এচ জি মহাবিদ্যালয়ৰ কৰ্মশালাৰ প’স্তাৰ। ছবি নৰ্থ ইষ্ট নাও।

220
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ক্ৰীড়া কোষ আৰু কেৰিয়াৰ পৰামৰ্শ কোষৰ উদ্যোগত মহাবিদ্যালয়খনৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ পৃষ্ঠপোষকতাত শনিবাৰে অনুষ্ঠিত হয় ক্ৰীড়া সাংবাদিকতা আৰু ক্ৰীড়া ফট’গ্ৰাফিৰ এক এদিনীয়া কৰ্মশালা।

ক্ৰীড়া সাংবাদিকতাৰ বিভিন্ন দিশ,  ক্ৰীড়া সাংবাদিকতাৰ ইতিহাসৰ উপৰি এই ক্ষেত্ৰখনে সৃষ্টি কৰা সংস্থাপনৰ সম্ভাৱনাৰ বিষয়ে বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিকে কৰ্মশালাখনত বক্তব্য আগবঢ়ায়৷

এচচিয়েটে’দ প্ৰে’ছৰ ফট’ সাংবাদিক অনুপম নাথে কৰ্মশালাখনত ক্ৰীড়া ফট’গ্ৰাফিৰ গুৰুত্ব বাখ্যা কৰে৷ ‘ক্ৰীড়া ফট’গ্ৰাফিও ছাত্ৰ-ছাত্ৰীৰ বাবে জীৱিকাৰ সমল হ’ব পাৰে,’ কৰ্মশালাত এই মত প্ৰকাশ কৰে নাথে৷

নাথৰ উপৰি কৰ্মশালাখনত সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেচনৰ সভাপতি তথা দৈনিক অসমৰ বুৰ’ চীফ সুবোধ মল্ল বৰুৱা, আছাম ত্ৰিবিউন কাকতৰ ক্ৰীড়া সম্পাদক পবিত্ৰ গগৈ আৰু অসমীয়া প্ৰতিদিন কাকতৰ ক্ৰীড়া সম্পাদক বিদ্যুৎ কলিতা সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখন উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই৷

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈয়ে আদৰণী ভাষণ দিয়া কৰ্মশালাখনৰ আঁত ধৰে যুটীয়া আহ্বায়ক তথা সহযোগী অধ্যাপক সুবোধ বৰাই৷

Recent News

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

Modi-2

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd