• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না সংকটৰ মাজতে বিশ্ব বেংকৰ ঘোষণা; ভাৰতলৈ এক বিলিয়ন ডলাৰৰ পেকেজ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2020 12:00 pm
39499-world.bank252028129-20180125024356
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না মহামাৰীৰ সংকটৰ মাজতে ভাৰতক বিশ্ব বেংকে(world Bank)বৃহৎ সকাহ দিছে। চৰকাৰী আঁচনিৰ বাবে বিশ্ব বেংকে এক বিলিয়ন ডলাৰৰ পেকেজৰ কথা ঘোষণা কৰিছে।

সামাজিক সুৰক্ষাৰ বাবে আগবঢ়োৱা এই পেকেজ ভাৰতৰ বাবে ডাঙৰ সকাহ হ’ব।

Apply Now

ইয়াৰ পূৰ্বে ব্ৰিকছ দেশসমূহৰ নিউ ডেভেলপমেন্ট বেংকে এক আৰৱ ডলাৰৰ আপদকালীন সাহায্যৰ কথা ঘোষণা কৰিছিল।

সামাজিক সুৰক্ষাৰ বাবে আগবঢ়োৱা বিশ্ব বেংকৰ এক বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৭৬০০কোটি টকা দেশৰ কৰ’না আক্ৰান্ত ৰোগীৰ সেৱাত ব্যৱহাৰ হ’ব।

এই ধন কৰ’না সংক্ৰমিত ৰোগীৰ উন্নত পৰীক্ষা, কেভিড-১৯ হাস্পাতলৰ উন্নীতকৰণ আৰু লেবৰেটৰী নিৰ্মাণৰ কামত ব্যয় কৰিব পৰা যাব।

ইতিমধ্যে বিশ্ব বেংকে ২৫খন উন্নয়নশীল দেশক পেকেজ আগবঢ়োৱাৰ প্ৰস্তাৱ দিছিল।

ইয়াৰ পূৰ্বে নিউ ডেভেলপমেন্ট বেংক (NDB)য়ে ভাৰতক এক আৰৱ ডলাৰ সাহায্যৰ কথা ঘোষণা কৰি ভাৰতে যাতে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পাৰে আৰু মহামাৰীৰ পৰা হ’ব পৰা সামগ্ৰিক ক্ষতিৰ মোকাবিলা কৰিব পাৰে তাৰেই আশা কৰে।

আনহাতে, এছিয়ান ডেভেলেউপমেন্ট বেংকেও (ADB) কৰ’না সংকটৰ মোকাবিলা কৰিবলৈ ভাৰতক ১.৫ আৰৱ ডলাৰৰ পেকেজ দিয়াৰ কথা ঘোষণা কৰিছিল।

তেওঁলোকেও ভাৰতক কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে ইয়াৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এই ধনৰাশি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

ইপিনে, ভাৰতত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় ৮২হাজাৰ স্পৰ্শ কৰিছে। যোৱা ২৪ ঘন্টাত প্ৰায় ৪ হাজাৰ নতুন ঘটনা পোহৰলৈ আহিছে আৰু ৯৭জন লোকৰ মৃত্যু হৈছে।

শুকুৰবাৰে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, দেশত এতিয়া কৰ’না আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ৮১ হাজাৰ ৯৭০জন।

ইয়াৰ ভিতৰত ২৬৪৯জন ৰোগীৰ মৃত্যু হৈছে আৰু ২৭হাজাৰ ৯২০জন ৰোগী সুস্থ হৈ উঠিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd