DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰ্যটনৰ জৰিয়তে মহিলা সবলীকৰণৰ সম্ভাৱনাৰ বুজ ল’বলৈ মাজুলীত উপস্থিত বিশ্ববেংকৰ প্ৰতিনিধি

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
December 10, 2018 4:59 pm
A World bank team
263
VIEWS
Share on FacebookShare on Twitter

মাজুলীত “পৰ্যটনৰ জৰিয়তে মহিলা সবলীকৰণ”ৰ সম্ভাৱনীয়তাৰ বুজ ল’বলৈ বিশ্ব বেংকৰ দুগৰাকী সদস্যাৰে গঠিত এটা প্ৰতিনিধি দলে মাজুলী ভ্ৰমণ কৰে। বিশ্ব বেংকৰ ছিনিয়ৰ প্ৰাইভেট ছেক্টৰ স্পেচিয়েলিষ্ট (ইণ্ডাষ্ট্ৰী ছ’লিউচনছ) ড০ লুইজী টুইনিং-ৱাৰ্ডৰ নেতৃত্বত অহা এই প্ৰতিনিধি দলটোৰ আনগৰাকী সদস্যা হৈছে টুৰিজম স্পেচিয়েলিষ্ট শ্ৰীমতী ৱেন্দী লি। বিশ্ব বেংকৰ প্ৰতিনিধি দুগৰাকীয়ে শনিবাৰে সন্ধিয়া উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মাজুলী জিলা প্ৰশাসনৰ লগতে মাজুলী সাংস্কৃতিক প্ৰেক্ষাপট ব্যৱস্থাপনা প্ৰাধিকৰণৰে জড়িত স্থানীয় সদস্য আৰু পৰ্যটন,  জলসম্পদসহ একাধিক বিভাগৰ মূৰব্বীসকলৰ সৈতে আলোচনাত মিলিত হয়।

মাজুলীৰ উপায়ুক্ত শ্ৰীদেৱপ্ৰসাদ মিশ্ৰৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনাত শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ শ্ৰীজনাৰ্দন দেৱগোস্বামী, দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীমাধৱ দেউৰী,  অতিৰিক্ত উপায়ুক্ত শ্ৰীনৰেণ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰীমতী লীনা দলে, ৰাজহ চক্ৰ বিষয়া শ্ৰীঅজিত কুমাৰ শৰ্মা, জ্যেষ্ঠ নাগৰিক সন্থাৰ প্ৰতিনিধি শ্ৰীউমাকান্ত ৰাজখোৱা, পীতাম্বৰ দেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীঘন নাথ আদিয়ে অংশগ্ৰহণ কৰে।

মাজুলীত “পৰ্যটনৰ জৰিয়তে মহিলা সবলীকৰণ”ৰ সম্ভাৱনীয়তাৰ বুজ ল’বলৈ বিশ্ব বেংকৰ দুগৰাকী সদস্যাৰে গঠিত এটা প্ৰতিনিধি দলে মাজুলী ভ্ৰমণ কৰে। বিশ্ব বেংকৰ ছিনিয়ৰ প্ৰাইভেট ছেক্টৰ স্পেচিয়েলিষ্ট (ইণ্ডাষ্ট্ৰী ছ’লিউচনছ) ড০ লুইজী টুইনিং-ৱাৰ্ডৰ নেতৃত্বত অহা এই প্ৰতিনিধি দলটোৰ আনগৰাকী সদস্যা হৈছে টুৰিজম স্পেচিয়েলিষ্ট শ্ৰীমতী ৱেন্দী লি।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd