• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব অক্ষমতা দিৱস : চৰকাৰে বিশেষণ দিলেই প্ৰতিবন্ধীসকলৰ সমস্যাৰ সমাধান নহয় : সাংবাদিক কমলেশ বৈশ্য

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
December 3, 2018 6:38 pm
37656630-6b01-49de-95eb-7e91a6dfce80

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে বৰপেটাতো আজি দিনজোৰ কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব অক্ষমতা দিৱস। বৰপেটা চহৰৰ গান্ধীনগৰস্থিত জিলা বিকলাংগ সন্থাৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত দিৱসৰ দিনাই জিলা বিকলাংগ সন্থাই চৰকাৰৰ কাম কাজক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

প্ৰতিবন্ধীৰ বেকল’গ পূৰণত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱা বুলিও অভিযোগ উত্থাপন কৰে বৰপেটা জিলা বিকলাংগ সন্থাই। বিভিন্ন প্ৰান্তৰ প্ৰতিবন্ধী লোকসকলৰ শিক্ষা-দীক্ষাৰ লগতে অইন দিশতো উন্নয়ন কৰাৰ লক্ষ্যৰে ১৯৮৩ চনত গঠিত বৰপেটা জিলা বিকলাংগ সন্থাৰ উপদেষ্টা আব্দুল কৰিমে আজি আক্ষেপ প্ৰকাশ কৰি কয় যে, ২০১১ চনৰ পৰা কাৰ্যকৰী হৈ থকা প্ৰতিবন্ধীৰ ভাট্টা ৰাজ্য চৰকাৰে বন্ধ কৰি ৰাখিছে। চৰকাৰৰ এনে কামৰ ফলত প্ৰতিবন্ধী লোকসকল ভীষণ অসুবিধাৰ সন্মুখীন হোৱা বুলিও কয়।

Apply Now

ইফালে বিয়লি ২ বজাত সন্থাৰ সভাপতি ওৱাহিদুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হয় বঁটা বিতৰণি আৰু মুকলি সভা। সভাত অংশ গ্ৰহণ কৰি উপদেষ্টাগৰাকীয়ে কয় যে, মুখ্য মন্ত্ৰীৰ দিব্যাংগ ব্যক্তিৰ বাবে দীনদয়াল আঁচনিৰ এককালীন সাহায্যৰ জৰিয়তে একাংশ প্ৰতিবন্ধী ব্যক্তিক পাঁচ হাজাৰ টকাকৈ এককালীনভাৱে সাহায্য প্ৰদান কৰিছে যদিও গৰিষ্ঠ সংখ্যকে এই আঁচনিৰ পৰা বঞ্চিত হৈ আছে।

চৰকাৰৰ ওচৰত পুজিৰ অভাৱ নাই বুলি সভাই সমিতিয়ে কৈ অহা ৰাজ্যৰ বিত্ত মন্ত্ৰীয়ে কি কাৰণত প্ৰতিবন্ধীৰ বেকল’গ আজিলৈ পূৰণ কৰিব পৰা নাই তাক লৈ চৰকাৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰে উপদেষ্টাগৰাকীয়ে।

শিক্ষক পুলেন্দ্ৰ দাসে আঁত ধৰা সভাখনত সন্থাৰ উপদেষ্টা দীনেশ দাস, ভাৰপ্ৰাপ্ত সম্পাদক পাৰ্থসাৰথি দাস, যুটীয়া সম্পাদিকা মঞ্জুলা বায়নৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি, ছাত্ৰ-ছাত্ৰী আৰু ভালেসংখ্যক ৰাইজ উপস্থিত থাকে ৷

উল্লেখ্য যে, পুৱা ৯:৩০ বজাত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ ইয়াৰ পিছতে অনুষ্ঠিত স্মৃতি তৰ্পন অনুষ্ঠানত তৰ্পক হিচাপে অংশগ্ৰহণ কৰি সাংবাদিক কমলেশ বৈশ্যই চমু ভাষণত কয় যে, প্ৰতিবন্ধী লোকসকলক চৰকাৰে বিশেষণ দিলেই সমস্যাৰ সমাধান নহয় ৷ সময়ে সময়ে চৰকাৰে বিকলাংগ লোকসকলক প্ৰতিবন্ধী, বিশেষভাবে সক্ষম, দিব্যাংগ আদি বিশেষণ দি আহিছে যদিও এই লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰে ফলপ্ৰসু কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই।

স্মৃতি তৰ্পনৰ পিছতে বিশ্ব অক্ষমতা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত ভেশচন আৰু বিভিন্ন খেলধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am
৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

September 29, 2026 7:20 am
যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd