• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰা জিলাৰ আগিয়াত বিশ্ব শ্ৰৱন দিৱস উদযাপন

নীলমণি শৰ্মা, কৃষ্ণাই by নীলমণি শৰ্মা, কৃষ্ণাই
March 4, 2022 7:39 am
World Hearing Day
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ আগিয়াত বৃহস্পতিবাৰে বিশ্ব শ্ৰৱন দিৱস উদযাপন কৰাহয়৷ ৰাষ্ট্ৰীয় বধিৰতা নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ আচঁনি চমুকৈ NPPCD অধীনত জিলা স্বাস্থ্য সমিতি, গোৱালপাৰাৰ উদ্যোগত দিনযোৰা কাৰ্যক্ৰমণিকাৰে আগিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত বিশ্ব শ্ৰৱন দিৱস পালন কৰে৷

ৰাইজৰ মাজত বিশ্ব শ্ৰৱন দিৱসৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে সজাগতা মূলক শোভাযাত্ৰা উলিওৱা হয় ৷ শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক নীলমাধৱ দাসে৷

Apply Now

শোভাযাত্ৰাৰ পিছতে আগিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সভা কক্ষত এখন সজাগতা সভা অনুষ্ঠিত হয়৷ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক নীলমাধৱ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত ৰাষ্ট্ৰীয় বধিৰতা নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ আচঁনি চমুকৈ NPPCD জিলা নডেল বিষয়া তথা বিশেষজ্ঞ চিকিৎসক ডা° মানসী দত্তই মানৱ দেহৰ এই গুৰুত্বপূৰ্ণ ইন্দ্ৰিয়ৰ প্ৰতি সজাগ আৰু সচেতন থাকিবলৈ আহ্বান জনায়৷

বিশ্ব স্বাস্থ্য সংস্থাৰ “কাণ খন ভালে ৰাখক আৰু আজীৱন শুনক” এই অমূল্য কথাষাৰকে সাৰোগত কৰি সজাগতা সভা খনত ডা° মানসী দত্তই বক্তব্য আগবঢ়ায়।

উল্লেখযোগ্য যে কেৱল সচেতনতাৰ অভাৱ আৰু অৱহেলাৰ বাবে বহুলোকে কাণৰ বিভিন্ন সমস্যাত ভুগি থাকিবলগীয়া হৈছে৷ সভাখনত বিশেষজ্ঞ চিকিৎসক গৰাকীয়ে শ্ৰৱণ সমস্যাজনিত বিভিন্ন ৰোগ সম্পৰ্কে বিষদ আলোচনাৰ কৰে৷

তেখেতে লগতে শ্ৰৱণজনিত বিভিন্ন ৰোগৰ বিনামূলীয়া চিকিৎসা তথা অস্ত্ৰোপচাৰৰ সুবিধা জিলা অসামৰিক চিকিৎসালয়ত উপলব্ধ আছে বুলি জানিব দিয়ে।

সভাখনত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে পদ্মশ্ৰী ডা° বিৰুবালা ৰাভা৷সভাখনত বিৰুবালা ৰাভাই শ্ৰৱনজনিত ৰোগৰ বাবে লাজ নকৰি চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা গ্ৰহণৰ আহ্বান জনায়৷

নীলমণি শৰ্মা, কৃষ্ণাই

নীলমণি শৰ্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd