• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বই ক’ৰ’নাৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে সন্ত্ৰাসবাদৰ ভাইৰাছ বিলোৱাত ব্যস্ত একাংশ : নৰেন্দ্ৰ মোদী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 4, 2020 10:54 pm

1 min read

PM Modi to lay foundation stone of Ram Temple in Ayodhya on August 5 PM

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

5.8k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে NAM দেশৰ এখন সন্মিলনত অংশ লৈ মানৱ সমাজে বৃহৎ সংকটৰ মুখামুখি কৰি আছে বুলি মন্তব্য কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে নাম নোলোৱাকৈয়ে পাকিস্তানক তীব্ৰ সমালোচনা কৰি কয় যে সমগ্ৰ বিশ্ব মহামাৰী ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে কোনোবাই সন্ত্ৰাসবাদ, ভুৱা বাতৰি আৰু ভিডিঅ’ৰ দৰে ভাইৰাছ সম্প্ৰসাৰণত ব্যস্ত আছে।

NAM দেশক সম্বোধন কৰি মোদীয়ে কয়, ‍‘ভাৰতীয় সভ্যতাই সমগ্ৰ বিশ্বকে এটা পৰিয়ালৰ দৰে ভাবে।  সংকটৰ সময়ত আমি ভাৰতীয় নাগৰিকৰ লগতে আন আন দেশকো সহায় আগবঢ়াইছো’।

তেওঁ লগতে কয় যে নিজৰ প্ৰয়োজনীয়তাৰ কথা বাদ দিও আমি ১২৩ খন দেশক বিভিন্ন ধৰণে চিকিৎসা সম্বন্ধীয় সাহায্য প্ৰদান কৰিছো।

উল্লেখ্য যে আজাৰবাইজানৰ ৰাষ্ট্ৰপতি তথা NAMৰ বৰ্তমানৰ অধ্যক্ষ ইলহাম আলীবেবৰ উদ্যোগত এই বৈঠকৰ আয়োজন কৰা হৈছিল। ১২০ খন উন্নয়নশীল দেশ NAMৰ অংশ।

Recent News

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

WhatsApp Image 2021-01-24 at 12.14.49 PM

বিস্ফোৰক গ্ৰেগ চেপেল! ভাৰতীয় তৰুণ সকলৰ তুলনাত অষ্ট্ৰেলিয়ানবোৰ প্ৰাথমিক স্কুলৰ ছাত্ৰ

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd