• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৱৰ্ল্ড ন’ টবাক’ ডে|| বিশ্বজুৰি ৪০ নিযুত নাবালকে ব্যৱহাৰ কৰে ধঁপাত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2020 9:44 pm
World No Tobacco Day|| 40 Million Children Aged 13 To 15 Years Using Tobacco Products Globally: WHO

প্রতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব স্বাস্থ্য সংস্থাই ৱৰ্ল্ড ন’ টবাক’ ডেৰ দিনাই দেওবাৰে প্ৰকাশ কৰিছে এক গুৰুতৰ তথ্য—বিশ্বজুৰি আজিৰ তাৰিখত ৪০ নিযুতকৈয়ো অধিক নাবালকে ধঁপাত ব্যৱহাৰ কৰে।

স্বাস্থ্য সংস্থাৰ মতে বিশ্বজুৰি বৰ্তমান ১৩ৰ পৰা ১৫ বছৰ বয়সৰ ভিতৰৰ ৪০ নিযুতকৈ অধিক শিশুৱে ধঁপাত ব্যৱহাৰ কৰি আহিছে।

Apply Now

ধঁপাত উদ্যোগে প্ৰতি বছৰে ৯ বিলিয়ন মাৰ্কিন ডলাৰ বিজ্ঞাপনৰ নামত খৰচ কৰে।

বিশ্ব স্বাস্থ্য সংস্থাই কিশোৰসকলৰ মাজত ধঁপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ কাৰণে কাম কৰি আহিছে।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ধঁপাত উদ্যোগটোৱে বৰ্ধিতভাৱে তৰুণসকলক লক্ষ্য কৰিবলৈ লৈছে।

ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ ফলত বছৰি ৮ মিলিয়ন লোক মৃত্যুমুখত পৰে।

স্বাস্থ্য সংস্থাটোৱে লগতে কয় যে এই নিচাজাতীয় সামগ্ৰীসমূহৰ ব্যৱহাৰে মানুহৰ কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ সক্ষমতা হ্ৰাস কৰে।

তৰুণসকলক সজাগ কৰাটো গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি স্বাস্থ্য সংস্থাটোৱে কয় যে দহৰ ভিতৰত নজন ধূমপানকাৰীয়ে ১৮ বছৰ বয়সৰ পূৰ্বেই ইয়াক আৰম্ভ কৰে।

পৰম্পৰাগত চিগাৰেটৰ সুৰক্ষিত বিকল্পৰূপে বজাৰত এৰা ই-চিগাৰেট আৰু হোকা পাইপসমূহ সন্দৰ্ভত স্বাস্থ্য সংস্থাটোৱে কয় যে এইবোৰ ক্ষতিকাৰক, নিচাকাৰক আৰু এইবোৰে হৃদ আৰু হাওঁফাওঁৰ ৰোগৰ ক্ষতিশংকা বৃদ্ধি কৰে।

স্বাস্থ্য সংস্থাই লগতে কয় যে তৰুণসকলক আকৰ্ষিত কৰাৰ বাবে বাবল গাম আৰু কেণ্ডিৰ ৰূপত ১৫০০০ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰি অহা হৈছে।

যিবোৰৰ ব্যৱহাৰৰ ফলত জীৱনত পিছলৈ তৰুণসকল গুৰুতৰ নিক’তিন ব্যৱহাৰকাৰী হৈ উঠাৰ সম্ভাৱনা থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd