DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আউট অফ দ্য ৱৰ্ল্ড: মহাকাশত খুলিছে প্ৰথমখন হোটেল; ছুটী কটাবলৈ সাজু!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2021 9:47 am
1b1202e81b290d36195a6d88cd150258

ফটো: সংগৃহীত।

408
VIEWS
Share on FacebookShare on Twitter

অৱসৰ কটাবলৈ এখন হোটেলত গৈ থাকি ৰেষ্টুৰেন্টত খাবলৈ কোনেনো ভাল নাপায়? কিন্তু সেই হোটেলখন নিৰ্বাচন কৰাটোৱেই হৈছে আটাইতকৈ কঠিন কাম।

শেহতীয়া চমক দিয়া বাতৰিটো হৈছে যে মহাকাসতো এখন ৰেষ্টুৰেন্ট নিৰ্মাণ কৰা হৈছে। কেবল মন পছন্দৰ খোৱা-বোৱাই নহয়, এই বিশেষ ৰেষ্টোৰাত আপুনি পাব আৰু বহু মন ভুলোৱা সম্ভাৰ।

প্ৰকল্পটোৰ নাম ‘আউট অফ দ্য ৱৰ্ল্ড’। ভয়জাৰ স্পেচ ষ্টেশ্যনে এইখন নিৰ্মাণ কৰিছে। ২০২৭চনৰ ভিতৰত এই ‘আউট অফ দ্য ৱৰ্ল্ড’ৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব। একেলগে ৪০০ মানুহ তাত গৈ খোৱাবোৱা কৰাৰ সুবিধা থাকিব।

কিন্তু মহাকাশৰ হোটেলত খাই বৈ আহি ঘৰত শুই থকাটোতো সম্ভৱ নহয়, সেয়েহে তাত কমেও চাৰিদিন থাকিব লাগিব। সেই ব্যৱস্থা অৱশ্যে তাত কৰা হৈছে।

সেয়াই নহয়, চিনেমা হল, বাৰ, কনছাৰ্টৰ স্থান, লাইব্ৰেৰী, জিমৰ দৰে সকলো সুবিধাই উপলব্ধ হ’ব ইয়াত। মনোৰঞ্জনৰ সকলো ব্যৱস্থা ৰখা হৈছে তাত। তদুপৰি, পুৱা শুই উঠিয়েই ইয়াৰ পৰা আপুনি চাব পাৰিব পৃথিৱীৰ সৌন্দৰ্য।

ভয়জাৰ স্পেচ হোটেলখন নিৰ্মাণ কৰিছে অৰবিটেল এছেম্বলি কৰ্প’ৰেশ্যনে। সংস্থাটোৱে জানিবলৈ দিয়ে যে হোটেলখন নিৰ্মাণৰ কাম ২০২৫চনত আৰম্ভ কৰা হ’ব। মানুহৰ বাবে সেইখন ২০২৭চনৰ ভিতৰত মুকলি কৰি দিয়া হ’ব।

কিন্তু কিমান খৰচ পৰিব? মহাকাশত গৈ ইমান আমোদ-মনোৰঞ্জনতো আৰু খালী হাতে সম্ভৱ নহয়। বেচি নহয়, তিনিদিন আৰু এবেলাৰ বাবে ৫মিলিয়ন দিলেই হ’ব। মানে ৩৬ কোটি। পাৰিলে যাব, নহ’লে ঘৰতে শুই সপোন দেখাই ভাল!

Recent News

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 05 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd