DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘুণীয়া হোৱা আৰক্ষীৰ লোকে বিশেষ প্রশিক্ষণ অবিহনেই লাভ কৰিব পদোন্নতি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 30, 2021 8:06 pm
189
VIEWS
Share on FacebookShare on Twitter

কৰ্তব্যৰত অৱস্থাত বিগত দিনবোৰত উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘুণীয়া আৰক্ষীৰ লোকে বিশেষ পাঠ্যক্ৰমত অংশ নোলোৱাকৈয়ে লাভ কৰিব পদোন্নতি।

যিসকল আৰক্ষীৰ লোকে শাৰিৰীক অক্ষমতাৰ বাবে প্রয়োজনীয় বিশেষ পাঠ্যক্ৰমত অংশ ল’ব নোৱাৰাত পদোন্নতি লাভ কৰা নাছিল, সেইসকল আৰক্ষীৰ পদোন্নতিৰ ব্যৱস্থা কৰা হ’ব বুলি আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰ জ্যোতি মহন্তই প্রকাশ কৰিছে।

আজি উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত আহত হোৱা ২৫ গৰাকী আৰক্ষীৰ লোক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলৰ এক মত-বিনিময় অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্রধান মহন্তই কয় যে ভুক্তভোগী এইসকল আৰক্ষীয়ে প্রয়োজনীয় প্রশিক্ষণত অৱতীৰ্ণ নোহোৱাকৈয়ে পদোন্নতি লাভ কৰিব আৰু পদোন্নতিৰ ক্ষেত্ৰত বাধ্যতামূলক এই পাঠ্যক্ৰম তেওঁলোকৰ ক্ষেত্ৰত ৰেহাই দিয়া হ’ব বুলিও তেওঁ ঘোষণা কৰে।

এইক্ষেত্ৰত চৰকাৰী অনুমোদনৰ প্রক্ৰিয়া চুড়ান্ত পযয়িত আছে বুলিও তেওঁ কয়। সঞ্চালকপ্রধানগৰাকীয়ে উল্লেখ কৰে যে পদোন্নতিৰ পৰা বঞ্চিত এইসকল আৰক্ষীৰ লোকৰ প্রতিগৰাকীকে তেওঁৰ কনিষ্ঠজনে ইতিমধ্যে পদোন্নতিৰ জৰিয়তে লাভ কৰা পদবীত মকৰল কৰা হ’ব।

উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘূণীয়া হোৱা আৰক্ষীৰ আৰু বহু লোক আছে আৰু প্রত্যকেই এই সুবিধা লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে।

সঞ্চালকপ্রধানগৰাকীয়ে কয় যে আজি কেৱল প্রতিনিধিত্বমূলকভাৱেহে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ঘূণীয়া হোৱা আৰক্ষীৰ এইসকল লোকক ‘পৰাক্ৰমী’ পদকেৰে বিভূষিত কৰাৰ বাবেও ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি থকা হৈছে।

অনুষ্ঠানত অংশ গ্ৰহণ কৰি গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নীৰজ বামহি আৰক্ষীৰ এইসকল লোকৰ কল্যাণৰ বাবে সম্ভৱপৰ সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি প্রকাশ কৰে।

মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকি বিশেষ আৰক্ষী সঞ্চালকপ্রধান (আইন-শৃংখলা) জি পি সিঙে আহত আৰক্ষীৰ লোকসকলে চিকিৎসাৰ বাবে সেইসময়ত নিজে ব্যয় কৰা ধনৰাশি তেওঁলোকক চৰকাৰীভাৱে পৰিশোধ কৰাকে আদি ধৰি আন ভালেমান পৰামৰ্শ দাঙি ধৰে।

এই মত-বিনিময় অনুষ্ঠানতে আৰক্ষীৰ এই লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত উগ্ৰপন্থীৰ গুলী আৰু বিস্ফোৰণত আহত কেবাগৰাকীও আৰক্ষীৰ লোকে সেই সময়ত সংঘটিত শিহৰণকাৰী ঘটনাৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে আজিৰ অনুভৱখিনিও ব্যক্ত কৰে।

অনুষ্ঠানটোত অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (প্রশাসন) এম পি গুপ্তাই আদৰণি ভাষণ প্রদান কৰে।অনুষ্ঠানটিৰ আতঁ ধৰে আৰক্ষী উপ-মহাপৰিদৰ্শক (প্ৰশাসন) নিতুল গগৈয়ে।

Recent News

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd