• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভুল প্ৰমাণিত এগজিট প’ল! হাৰিয়ানাত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পথত বিজেপি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 8, 2024 1:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগজিট প’লৰ মতে হাৰিয়ানাত সুকলমে চৰকাৰ গঠন কৰিব কংগ্ৰেছে।বহুতৰে ভৱিষ্যতবাণী আছিল যে কংগ্ৰেছ শিবিৰে ৬৪খন আসন পৰ্যন্ত লাভ কৰিব। নিৰ্বাচনৰ পাছত সাতটা বুথ ৰিটাৰ্ণ সমীক্ষাত এই দাবী কৰা হৈছিল। কিন্তু ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে এগজিট প’ল ভুল বুলি প্ৰমাণিত হ’ল। কংগ্ৰেছক এৰি বহু দূৰ আগবাঢ়িছে বিজেপিয়ে। শেহতীয়া খবৰ অনুসৰি ৫০খন আসনত আগবাঢ়ি আছে গেৰুৱা শিবিৰ। আনহাতে ৩৫খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ।

৪ অক্টোবৰত হাৰিয়ানাৰ ৯০টা বিধানসভা সমষ্টিত এক পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত ইটোৰ পিছত সিটোকৈ এক্সিট প’ল প্ৰকাশ পালে। হাৰিয়ানাত কংগ্ৰেছে অকলে চৰকাৰ গঠন কৰিবলৈ ওলাইছে বুলি দাবী কৰা হৈছে। ৭ বুথ ৰিটাৰ্ণ চাৰ্ভেৰ সাৰাংশ, কংগ্ৰেছে কম বেছি পৰিমাণে ৪৯ৰ পৰা ৬৪খন আসন লৈ হাৰিয়ানাত পুনৰ ক্ষমতালৈ অহাৰ সম্ভাৱনা আছে। অর্থাৎ ১০ বছৰৰ পাছত হাৰিয়ানাত পুনৰ ক্ষমতা দখল কৰিব কংগ্ৰেছ শিবিৰে৷ এগজিট প’লে জয়ৰ ইংগিত দিয়াৰ লগে লগে কংগ্ৰেছ কৰ্মীসকলে উল্লাসৰ সৃষ্টি কৰে। ভোটগণনাৰ পূৰ্বে দিল্লীত আৰম্ভ হৈছিল উদযাপন।

কিন্তু সময়ৰ লগে লগে ছবিখন সলনি হৈ যায়। ইভিএম খোলাৰ লগে লগে গেৰুৱা শিবিৰ আগবাঢ়িবলৈ ধৰিলে। গণনাৰ দুঘণ্টামানৰ ভিতৰতে বিজেপিৰ প্ৰাৰ্থীসকলে ৪৬খন আসনৰ যাদুকৰী সংখ্যালৈ আগবাঢ়িল। ইয়াৰ পিছত মুখ্যমন্ত্রী নায়ব সিং ছাইনীয়ে কয় যে বিগত ১০ বছৰত বিজেপি চৰকাৰে বহু কাম কৰিছে৷ মনোহৰলাল খট্টৰে মুখ্যমন্ত্ৰী হিচাপে যি ব্যৱস্থা সৃষ্টি কৰিছে, তাৰ পৰা হাৰিয়ানাৰ জনসাধাৰণ উপকৃত হৈছে। তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰি সেই কামক আৰু আগুৱাই লৈ যাম।” মন কৰিবলগীয়া যে বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে এটাও সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল। জেজেপিৰ সহযোগত তেওঁলোকে চৰকাৰ গঠন কৰিছিল।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd