DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বুধবাৰে গুৱাহাটীত উপস্থিত হ’ব ডব্লিউ ডব্লিউ ইৰ তাৰকা দ্যা গ্ৰেট খালী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2019 4:47 pm
khali

গ্ৰেট খালী উৎস-ইণ্টাৰনেট

3.5k
VIEWS
Share on FacebookShare on Twitter

ব’ব ফিটনেছ একাডেমীয়ে গুৱাহাটীত আৰম্ভ কৰিবলগীয়া ফিটনেছ একেডেমী মুকলি কৰাৰ বাবে ৭ আগষ্টত গুৱাহাটীত উপস্থিত হ’ব ডব্লিউ ডব্লিউ ইৰ বিশ্ব বিখ্যাত যোদ্ধা গ্ৰেট খালী।

গুৱাহাটীৰ খানাপাৰত থকা হোটেল পালাচিয়াত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোত গ্ৰেট খালী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি উদ্যোক্তা সমিতিয়ে জনাইছে।

অনুষ্ঠানত গ্ৰেট খালীৰ লগতে অতিথি হিচাপে উপস্থিত থাকিব প্ৰদীপ বাবা মাধক আৰু নীলাক্ষী চৌধুৰী।

আবেলি ৩ বজাত খালীয়ে ৰাজ্যৰ সংবাদ মাধ্যমৰ কৰ্মীসকলৰ সৈতে এখন সংবাদ মেলত অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, গ্ৰেট খালীয়ে আমেৰিকাৰ বিখ্যাত ৱৰ্ল্ড ৰেষ্টলিং এন্টাৰটেইমেণ্টত ভাৰতৰ প্ৰফেইশ্যনেল মল্লযোদ্ধা হিচাপে অভিষেক ঘটায়ে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

দৈহিক উচ্চতা আৰু শক্তিৰ বাবে ডব্লিউ ডব্লিউ ইত কম সময়ৰ ভিতৰতে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা খালীয়ে ক্যান, আণ্ডাৰট্ৰেকাৰ, ট্ৰিপ’ল এইচ আদিৰ দৰে তাৰকাক প্ৰত্যাহবান জনাবলৈ সক্ষম হৈছিল।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd