• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কামৰূপ মডেল স্কুলত ‘এক পৃথিৱী মডেল স্কুল এক্টিভিটি ৰুম’ উদ্বোধন ডব্লিউ ডব্লিউ এফৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2023 6:34 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত শিশুসকলৰ দীৰ্ঘম্যাদী বিকাশ আৰু সফল ভৱিষ্যতৰ বাবে প্ৰকৃতি আৰু বহনক্ষমতাৰ বিষয়ে শিক্ষা প্ৰদান কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। শিশু আৰু যুৱক–যুৱতীসকলৰ বাবে এক স্থিতিস্থাপক আৰু ইতিবাচক পৰিৱেশ গঢ়ি তুলিবলৈ তেওঁলোকক প্ৰকৃতিৰ সৈতে সংযোগ কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। পৰিৱেশ সজাগতা গঢ়ি তোলা, প্ৰয়োজনীয় ক্ষমতা আৰু দক্ষতা বিকাশ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডব্লিউ ডব্লিউ এফ– ইণ্ডিয়াই ২০১৬ চনত তেওঁলোকৰ অধীনত থকা সকলো বিদ্যালয়তে ‘এক পৃথিৱী মডেল স্কুল এক্টিভিটি ৰুম’ স্থাপন কৰি আহিছে।

ইতিমধ্যে WWF এ ১৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লাখ লাখ ছাত্ৰ–ছাত্ৰীৰ বাবে ১০টা ভাষাত এই এক্টিভিটি ৰুম স্থাপনৰ কাম সম্পন্ন কৰিছে। প্ৰাথমিক শিক্ষা বিভাগ, এছ এছ এ আৰু চৰকাৰৰ সহযোগত অসমৰ সকলো জিলালৈ গৈছে WWF ৰ কৰ্মীসকল।

Apply Now

মৰিগাঁও জিলাৰ ১০ খন বিদ্যালয়ত ‘এক পৃথিৱী মডেল স্কুল এক্টিভিটি ৰুম’ স্থাপনৰ দ্বাৰা ২০১৯ চনত এই কাম আৰম্ভ কৰে সংস্থাটোৱে।

পবিতৰাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিদ্যালয়ত ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত এক্টিভিটি ৰুম স্থাপন কৰিছিল WWF এ। ২০২৩ চনৰ ৪ মাৰ্চত কটন কলেজিয়েটতো এই ৰুম উদ্বোধন কৰা হয় ।

আৰু তাৰ পিছত WWF-India ৰ সহযোগত কামৰূপ মডেল স্কুলত ‘এক পৃথিৱী মডেল স্কুল এক্টিভিটি ৰুম’ স্থাপনৰ বাবে Teacher /Educators Orientation Program ৰ আয়োজন কৰা হয়। প্ৰাথমিক শিক্ষাৰ উপ সঞ্চালক শ্ৰী আমিৰ হুছেইন, ডব্লিউ ডব্লিউ এফৰ অসম ৰাজ্যিক কাৰ্যালয়ৰ ৰাজ্যিক সমন্বয়ক অৰ্চিতা বৰুৱা ভট্টাচাৰ্য, কটন কলেজিয়েটৰ অধ্যক্ষ শ্ৰী বালয় কৃ. বৰা, জিলা কাৰ্যসূচী বিষয়া শ্ৰীমতী তাপাশী শৰ্মা আৰু অধ্যাপক ৰঞ্জিত চৌধুৰীকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।

অনুষ্ঠানটিত এক্টিভিটি ৰুমৰ গুৰুত্বৰ বিষয়ে অৱগত কৰা হয়। অনুষ্ঠানটোত উপস্থিত থকা বিষয়াসকলে এক্টিভিটি ৰুমৰ শলাগ লয় আৰু কয় যে ই আন বিদ্যালয়সমূহকো বিভিন্ন পৰিৱেশ শিক্ষাৰ বিষয়ে অভিজ্ঞতা লাভ কৰাত সহায় কৰিব।

উদ্বোধনী অনুষ্ঠানটোত শ্ৰীমতী ড. অৰ্চিতা বৰুৱা ভট্টাচাৰ্যই আদৰণি ভাষণ প্ৰদান কৰি এক্টিভিটি ৰুমৰ গুৰুত্ব আৰু ডব্লিউ ডব্লিউ এফ অসমৰ বিভিন্ন কাৰ্যাৱলীৰ বিষয়ে আভাস দাঙি ধৰে।

আমিৰ হুছেইন ডাঙৰীয়াই বহনক্ষমতাৰ লক্ষ্যৰ দিশত ডব্লিউ ডব্লিউ এফ–ইণ্ডিয়াৰ পদক্ষেপক প্ৰশংসা কৰি এক্টিভিটি ৰুমে ছাত্ৰ–ছাত্ৰীৰ লগতে শিক্ষকৰ জীৱনতো ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে। WWF-Indiaৰ ৰাজ্যিক সমন্বয়কে অন্তৰংগ আলাপৰ পদ্ধতিৰে এই অৰিয়েণ্টেচন কাৰ্যসূচী পৰিচালনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd