• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিতৰ্কত ‘শৈশৱতে ধেমালিতে’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 21, 2019 9:14 am

1 min read

বিতৰ্কত ‘শৈশৱতে ধেমালিতে’
408
VIEWS
Share on FacebookShare on Twitter

‘শৈশৱতে ধেমালিতে’ অসমীয়া চিনেমাই প্ৰথম অসমীয়া চিনেমা হিচাপে গ’ল্ডেল ৰীল এৱাৰ্ডলৈ বিদেশী ছবিৰ শিতানত ৬ টাকৈ শাখাৰ বাবে মনোনয়ন লাভ কৰা বুলি ওলোৱা প্ৰচাৰ ভুৱা। প্ৰকৃততে ‘শৈশৱতে ধেমালিতে’ অসমীয়া চিনেমাই গ’ল্ডেন ৰীলৰ বাবে মনোনয়ন পোৱা নাই। মনোনয়নৰ বাবে স্থান পাইছিল কিন্তু মনোনয়ন পাবলৈ সক্ষম নহ’ল। এই কথা সংবাদ মাধ্যমক জনাই চিনেমাখনৰ শব্দযন্ত্ৰী হিচাপে কাম কৰা অমৃত প্ৰীতমে নিজেই।

লগতে তেওঁ কয় যে এই ভুৱা প্ৰচাৰে তেওঁক ক্ষতি কৰিব পাৰে। যিহেতু গ’ল্ডেল ৰীল এৱাৰ্ড শব্দৰ শাখাতহে দিয়া হয়। আৰু মনোনয়ন লাভ কৰা হ’লে সেয়া তেওঁৰ বাবে এক অন্যতম গৌৰৱ হ’লহেঁতেন।

চিমেনা খনৰ শব্দ যন্ত্ৰী হিচাপে কাম কৰা প্ৰীতমে এয়া মুক্তিৰ আগতে প্ৰচাৰ লাভৰ বাবে এক কু-কৌশল বুলিও আশংকা ব্যক্ত কৰে। লগতে এই সন্দৰ্ভত প্ৰতীমে পৰিচালকক কঠোৰ ভাষাৰে জনাব বুলিও কয়।

Recent News

নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ পাছতে ভাৰতীয় গণতন্ত্ৰ ক্ষয়িস্নু হৈ পৰিছে : আমেৰিকাৰ সাংবাদিক ফৰীদ জাকাৰিয়া

নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ পাছতে ভাৰতীয় গণতন্ত্ৰ ক্ষয়িস্নু হৈ পৰিছে : আমেৰিকাৰ সাংবাদিক ফৰীদ জাকাৰিয়া

a modi_ji_660_2503

‘এদিন ভাৰতবৰ্ষৰ নাম নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হ’ব’!

উত্তৰপ্ৰদেশ : বিবাহত অমান্তি হোৱাৰ বাবেই প্ৰেয়সীক হত্যা!

উত্তৰপ্ৰদেশ : বিবাহত অমান্তি হোৱাৰ বাবেই প্ৰেয়সীক হত্যা!

158325653_3651255315098972_1371538705393563669_o

বিশাল সমদলেৰে কাৰাৰুদ্ধ অখিল গগৈৰ মনোনয়ন দাখিল কৰে মাতৃ প্ৰিয়দা গগৈসহ ৰাইজৰ দলৰ নেতৃত্বই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd