• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশলৈ বৃদ্ধাংগুষ্ঠ যোগী আদিত্যনাথ চৰকাৰৰ! ফতেহপুৰত যোগী আৰক্ষীয়ে বুলডজাৰেৰে ভাঙিলে ঘৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2025 6:18 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ট্ৰেক্টৰ আৰোহীক পথ এৰি নোযোৱাৰ বাবে তিনিজন বাইকাৰক গুলীয়াই হত্যা কৰে। সেই ঘটনাত যোগীৰ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে পুৰণি পদ্ধতিৰ আশ্ৰয় লৈছিল। উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত আৰক্ষী আৰু প্ৰশাসনে বুলডজাৰ ব্যৱহাৰ কৰি অভিযুক্তৰ পৰিয়ালৰ সদস্যৰ ঘৰ ভাঙি পেলায়।

মঙলবাৰে পুৱা ফতেহপুৰৰ হাটগাম থানা এলেকাৰ তাহিৰাপুৰ অঞ্চলৰ সমীপত তিনিটাকৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত উত্তেজনা তীব্ৰ হৈ উঠে। ঘটনা অনুসৰি ককায়েক আৰু পুত্ৰৰ সৈতে বাইকেৰে ক’ৰবালৈ গৈ আছিল পাপ্পু সিং। প্ৰাক্তন এলেকাৰ মুৰব্বী মন্নু সিং আৰু তেওঁৰ সহযোগীসকলে একেটা পথতে এখন ট্ৰেক্টৰত যাত্ৰা কৰিছিল। অভিযোগ অনুসৰি, ট্ৰেক্টৰখন পথৰ পৰা আঁতৰি নোযোৱাক লৈ পথত পাপ্পুৰ সৈতে কাজিয়াত লিপ্ত হয় মনুৰে। সেই সময়ত অভিযুক্তই হঠাতে বন্দুক উলিয়াই বাইকাৰসকলৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে।যাৰ ফলত থিতাতে মৃত্যু হয় তিনিজন লোকৰ। এই ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে বুলডজাৰ অভিযান চলোৱাৰ দাবীত গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ লগে লগে বুধবাৰে পুৱা দেখা গ’ল যে আৰক্ষী আৰু প্ৰশাসনে অভিযুক্ত মন্নুৰ ভগ্নী আৰু পুত্ৰ জ্ঞান সিঙৰ ঘৰ ভাঙিবলৈ আৰম্ভ কৰিছে। এই ঘটনাত আৰক্ষীয়ে দাবী কৰিছে যে ঘৰটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল, যাৰ বাবে ঘৰটো ভাঙি পেলোৱা হৈছিল।

Apply Now

ইয়াৰ উপৰিও আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে পাপ্পু সিঙৰ মাতৃ ৰামদুৰালি সিং বৰ্তমান সেই অঞ্চলৰ পঞ্চায়ত মুৰব্বী। এই পৰিয়াল আৰু মন্নু সিঙৰ পৰিয়ালৰ মাজত বিবাদ দীৰ্ঘদিন ধৰি চলি আহিছে। তদন্তকাৰীৰ মতে মঙলবাৰে পুৱা ৰাজপথত হোৱা কাজিয়াৰ সময়ত পুৰণি বিবাদক লৈ মন্নুৱে এই আক্ৰমণ সংঘটিত কৰে। যাৰ ফলত তিনিজন লোকৰ মৃত্যু হয়। এই ঘটনাত প্ৰাক্তন মুৰব্বীকে ধৰি ছয়জন লোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

কিন্তু উচ্চতম ন্যায়ালয়ৰ সতৰ্কবাণীৰ পাছতো যোগীৰ আৰক্ষীৰ বুলডজাৰ অভিযানক লৈ এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে বাৰম্বাৰ অভিযোগ উত্থাপন হৈছে যে আইনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ অভিযুক্তৰ ঘৰ বুলডজাৰেৰে ভাঙি দিয়া হৈছে। আদালতে কঠোৰ সুৰত কয় যে অভিযুক্তৰ বিচাৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে ন্যায়াধীশৰ ভূমিকাত বহি ব্যক্তিগত আৰু বাণিজ্যিক সম্পত্তি ধ্বংস কৰাৰ কোনো অধিকাৰ ৰাজ্য প্ৰশাসনৰ নাই। ইয়াৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ে অবৈধ আৰু দখল কৰা কাঠামো ভাঙি পেলোৱাৰ বাবে নিৰ্দেশনা স্থিৰ কৰিছিল। উল্লেখ কৰা হৈছিল যে ঘৰটো ভাঙি পেলোৱাৰ কমেও ১৫ দিনৰ আগতে জাননী দিব লাগিব। ভিডিঅ’ ৰেকৰ্ডিং কৰিব লাগিব। অৱশ্যে সকলোকে আঙুলি টোৱাই যোগীৰ আৰক্ষীয়ে বুলডজাৰ অভিযানক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd