DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Arrested for Facebook post on ULFA (I): আলফা স্বাধীনক সমৰ্থন কৰি ফেচবুক পোষ্ট দিয়া যুৱকক গ্ৰেপ্তাৰ

চাজিদ খান, ওদালগুৰি by চাজিদ খান, ওদালগুৰি
July 18, 2022 7:50 am
179
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি: Youth arrested for Facebook post on ULFA (I) ওদালগুৰি জিলাৰ কলাইগাঁও আৰক্ষীয়ে এজন ২২ বছৰীয়া যুৱকক ছ’চিয়েল মিডিয়াত বিচ্ছিন্নতাবাদী সংগঠন আলফা(আই)ক সমৰ্থন আগবঢ়োৱাৰ অভিযোগত আটক কৰিছে।

বাতৰি অনুসৰি, প্ৰমোদ কলিতা বুলি চিনাক্ত কৰা যুৱকজন টাংলা মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ আৰু কলাইগাওঁৰ বৰেঙ্গাবাৰী গাঁৱৰ বাসিন্দা।

ছ’চিয়েল মিডিয়া চাইটত তেওঁ এটা মন্তব্য কৰিছিল যাক নিষিদ্ধ বিচ্ছিন্নতাবাদী সংগঠন আলফা স্বাধীনৰ প্ৰতি সমৰ্থন বুলি গণ্য কৰা হয় আৰু পৰৱৰ্তী সময়ত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনকে ধৰি বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হয়।

এফ আইআৰ গোচৰ নং 72/22 অনুসৰি যুৱকজনৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইন ইউ এ পি এ আইনৰ আৰডব্লিউ ধাৰা ৩৯ৰ অধীনত ধাৰা ১২০(বি)/১২১/১২১(এ) গোচৰ ৰুজু কৰা হৈছে।

এই ধাৰাসমূহ “যিকোনো প্ৰকাৰে এনে সংগঠনৰ কাৰ্যকলাপত সহায় কৰা” বা যিয়ে “যিকোনো বেআইনী কাৰ্যকলাপৰ ওকালতি, সহযোগ, পৰামৰ্শ বা উচটনি” দিয়ে তেওঁৰ বিৰুদ্ধে আৰোপ কৰা হয়।

তদন্তৰ গোপনীয়তা ৰক্ষা কৰি এগৰাকী আৰক্ষী বিষয়াই কয়, “যুৱকজনে ছ’চিয়েল মিডিয়াত নিষিদ্ধ বিচ্ছিন্নতাবাদী সংগঠনটোক সমৰ্থন আগবঢ়াইছিল আৰু সেই অনুসৰি আমি যুৱকজনক আটক কৰি দেওবাৰে ওদালগুৰিৰ স্থানীয় আদালতত হাজিৰ কৰাও”।

Recent News

Nitu Ghanghas Women’s Boxing World Championship

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ: স্বৰ্ণ জিনিলে নিতু ঘাংঘাছে

APSC exam

কাইলৈ অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা: মহানগৰীত ১৪৪ ধাৰা জাৰি

The Whale

চিনেমা কথা: দ্য হুৱেল

Temjen Imna Along

‘টি-মেন’ টেমজেন: এইবাৰ চুপাৰহিৰ’ ৰূপেৰে নেট দুনীয়াত খলকনি টেমজেন ইমনা আলঙৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd