• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পাকিস্তানৰ চোৰাংচোৱাগিৰি অভিযোগ! হানি ট্ৰেপিং কৰি উলিয়াই নিলে তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2025 2:57 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ আই এছ আইৰ হৈ চোৰাংচোৱাগিৰিৰ কৰাৰ অভিযোগত ৰাজস্থানৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, ধৃত যুৱকজনৰ নাম মাংগট সিং।

১৯২৩ চনৰ অফিচিয়েল ছিক্ৰেটছ এক্টৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। একাধিক চোৰাংচোৱা সংস্থাৰ দীৰ্ঘদিনীয়া চোৰাংচোৱাগিৰি আৰু তদন্তৰ অন্তত বৃহস্পতিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

Apply Now

তদন্তত প্ৰকাশ পাইছে যে এগৰাকী মহিলাই ঈশা শৰ্মা নামেৰে সামাজিক মাধ্যমত ভুৱা একাউন্ট খুলি হানি ট্ৰেপিঙৰ দ্বাৰা যুৱকজনৰ পৰা তথ্য সংগ্ৰহ কৰিছিল মহিলাগৰাকীয়ে। জানিব পৰা মতে, মহিলাগৰাকীয়ে যুৱকজনক প্ৰেমৰ জালত পেলোৱাৰ লগত ধনৰ প্ৰলোভন দিছিল। তাৰপিছত ভাবুকি দি সেনা-বাহিনীৰ গোপন তথ্য সংগ্ৰহ কৰিছিল মহিলাগৰাকীয়ে।

ৰাজস্থানৰ ৰাজ্যিক চোৰাংচোৱা বিভাগৰ বিষয়াসকলে জনোৱা মতে, মাংগট সিঙে পাকিস্তানী মহিলাগৰাকী সৈতে প্ৰায় দুবছৰ ধৰি যোগাযোগত আছিল। অভিযোগ অনুসৰি তেওঁ আলৱাৰ কেণ্টনমেণ্ট আৰু ইয়াৰ স্থান সম্পৰ্কে বিভিন্ন গোপন তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰিছিল।

উল্লেখ্য যে অপাৰেচন সিন্দুৰৰ অধীনত ৰাজস্থান চোৰাংচোৱা সংস্থাই ৰাজ্যখনৰ বিভিন্ন সেনা সংস্থাৰ আশে-পাশে অনুসন্ধান চলাই আছিল। এই অনুসন্ধানৰ সময়ত মাংগট সিঙৰ সন্দেহজনক গতি-বিধি লক্ষ্য কৰে চোৰাংচোৱাই।

ৰাজস্থান চোৰাংচোৱাৰ ডিআইজি ৰাজেশ মিলে কয় যে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেও মাংগটে পাকিস্তানী চোৰাংচোৱালৈ সামৰিক তথ্য প্ৰেৰণ কৰিছিল। মাংগট সিঙে নিয়মিতভাৱে পাকিস্তানৰ দুটা নম্বৰৰ সৈতে যোগাযোগ ৰাখিছিল আৰু বিপুল পৰিমাণৰ ধন লাভ কৰিছিল। এতিয়া সেই বিত্তীয় লেনদেনৰ উৎসৰ বিষয়ে তদন্ত চলাই থকা হৈছে।

তেওঁ পাকিস্তানৰ যি দুটা মোবাইল নম্বৰৰ সৈতে যোগাযোগ ৰাখিছিল – তাৰে এটা মহিলা গৰাকীয়ে ব্যৱহাৰ কৰিছিল, আনহাতে আনটো আই এছ আইৰ মুখ্য কাৰ্যালয়ৰ বিষয়াই ব্যৱহাৰ কৰিছিল। গোপন সামৰিক তথ্যৰ বিনিময়ত নিয়মীয়াকৈ ধনৰ লেনদেনও হৈছিল।

যোৱা ১০ অক্টোবৰত আৰক্ষীয়ে মাংগটৰ মোবাইল ফোন আৰু ডিজিটেল লেনদেনৰ কাৰিকৰী বিশ্লেষণৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল। জয়পুৰৰ এখন বিশেষ থানাত অফিচিয়েল ছিক্ৰেটছ এক্ট, ১৯২৩ৰ অধীনত এটা গোচৰ ৰুজু হৈছিল। বৰ্তমান ৰাজস্থান চি আই ডিৰ জিম্মাত আছে মাংগট সিং।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd