• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কামৰূপৰ কমলপুৰত পিষ্টলসহ যুৱকক গ্ৰেপ্তাৰ; সেনাৰ নাটক আখ্যা ধৃত যুৱকৰ

NE NOW NEWS মৃদুল প্ৰীতম ডেকা
কামৰূপ , January 4, 2019 6:51 pm

1 min read

Rubul Sulfa

সেনা-আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰা চহিদুল হক ওৰফে ৰুবুল।

217
VIEWS
Share on FacebookShare on Twitter

কামৰূপৰ কমলপুৰত আজি আৰক্ষী আৰু সেনাই যুটীয়া অভিযান চলাই নিজকে ছালফা সদস্য বুলি দাবী কৰা এজন যুৱকক পিষ্টল আৰু গুলীসহ গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ ভাষ্যমতে কেন্দুকোণাৰ চহিদুল হক ওৰফে ৰুবুল নামৰ যুৱকজনে নিজৰ পিষ্টলটো ব্যৱহাৰ কৰি ডকাইতিত জড়িত হৈ আহিছিল। তেওঁৰ পৰা আৰক্ষীয়ে আমেৰিকাত নিৰ্মিত ১০১ পিষ্টল, সক্ৰিয় গুলী জব্দ কৰে।

যুৱকজনে দীৰ্ঘদিনৰ পৰা ভিন্ন ঠাইত ডকাইতি কাৰ্যত এই পিষ্টলতো ব্যৱহাৰ কৰি সন্ত্ৰাস চলাই আহিছিল বুলি বিশেষ সূত্ৰৰ পৰা আৰক্ষীয়ে জানিবলৈ পাই তেওঁৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰা বুলি কয়।

উল্লেখযোগ্য যে আগন্তুক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ নিৰাপত্তাৰ দিশটোত বিশেষ মনোযোগ দিছে অসম আৰক্ষীয়ে। আৰক্ষীয়ে যুৱকজনৰ কৰ্মকাণ্ড সন্দৰ্ভত জোৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

আনহাতে নিজকে ছালফা সদস্য বুলি পৰিচয় দি অহা ৰুবুলে তেওঁৰ গ্ৰেপ্তাৰ ভাৰতীয় সেনাৰ নাটক বুলি কয়।

Recent News

index.jpg

লোমহৰ্ষক অগ্নিকাণ্ড : জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ছয় বাছযাত্ৰীৰ; অন্য ৩০ গৰাকী যাত্ৰী অগ্নিদগ্ধ হৈ আহত

INDIA-ELECTION

কঠোৰ নিৰ্বাচন আয়োগ: নিৰ্দিষ্ট দিনত বিজ্ঞাপন দি অপৰাধ ৰাজহুৱা কৰিব লাগিব প্ৰাৰ্থীয়ে

Ice-cream

চীনত এইবাৰ ‘ক’ৰ’ণাত আক্ৰান্ত’ হ’ল তিনিটাকৈ আইচক্রীম! তাৰপিছত কি কৰিলে চৰকাৰে?

Salman Khan

কৃষ্ণসাৰ হৰিণ হত্যাৰ গোচৰ : আদালতত অনুপস্থিত থাকি বিপদত অভিনেতা চলমান খান!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd