• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কামাখ্যাত পাকিস্তান জিন্দাবাদ দিয়া যুৱকক লপা-থপা, আটক; “মই কমেই পাকিস্তান জিন্দাবাদ বুলি”, ধৃত যুৱকৰ ফেপেৰি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 20, 2019 11:33 am

2 min read

Pakistan-Zindabad-1-750x375
991
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ মাজমজিয়াত থকা কামাখ্যা ধামত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া এজন যুৱকক কিছু সংখ্যক যুৱকে ১৯ ফেব্ৰুৱাৰিত মৰেল পুলিচিং কৰি লপা-থপা দি আৰক্ষীক গতাই দিয়ে। নিজকে মণিপুৰী বুলি দাবী কৰা মনোজ সিনহা নামৰ যুৱকজনক আৰক্ষীয়ে আটক কৰি সোধা–পোছাৰ বাবে লৈ যায় জালুকবাৰী আৰক্ষী চকীলৈ।

স্থানীয় কিছু সংখ্যক যুৱকে দাবী কৰামতে যুৱকজনে ৰাতিপুৱাই কামাখ্যাত পাকিস্তানত জিন্দাবাদ দিয়াৰ পিছতে তেওঁলোকে যুৱকজনক বিভিন্ন প্ৰশ্ন কৰে। যুৱকজনৰ নাম-ধাম সোধাৰ উপৰি ভোটাৰ আই ডি বিচাৰে। এই গোটেই দৃশ্য ভিডিঅ’ ৰেকৰ্ডিং কৰে যুৱকসকলে।

‘পাকিস্তান জিন্দাবাদ কিয় ক’বি ৰাতিপুৱাই ৰাতিপুৱাই?’ বুলি স্থানীয় যুৱকসকলে প্ৰশ্ন কৰাত যুৱকজনে উভতি ধৰি কয়, ‘কমেই পাকিস্তান জিন্দাবাদ বুলি’।

তাৰ পিছতে মৰেল পুলিচিং কৰি থকা যুৱককেইজনে ‘তই পাকিস্তানী নেকি?’ বুলি প্ৰশ্ন কৰে।

যুৱকজনে উত্তৰ দিয়ে, ‘অঁ মই পাকিস্তানী’।

যুৱকজনে ফেপেৰি পতা অব্যাহত ৰখাত ক্ৰোধান্বিত হয় স্থানীয় যুৱকসকল। তাৰ পিছতে যুৱকজনক লপা-থপা দিয়া আৰম্ভ কৰে।

আনহাতে আৰক্ষীয়ে সন্দেহ কৰামতে, ধৃত যুৱকজন মানসিকভাৱে অসুস্থ হ’ব পাৰে। আৰক্ষীয়ে সোধা-পোছাৰ সময়ত যুৱকজনে দিয়া উত্তৰবোৰৰ পৰা এই সন্দেহ আৰক্ষীৰ। যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰাইহে পৰৱৰ্তী ব্যৱস্থা লোৱা হ’ব বুলি জনাইছে আৰক্ষীয়ে।

অনলাইন অসমীয়াৰ (Online অসমীয়া) পৰা তলত উক্ত ঘটনাৰ ভিডিঅ’টোৰ লিংক দিয়া হ’ল-

আকৈ পাকিস্তান জিন্দাবাদ দিয়া #Monuj_Sinha নামৰ ব্যক্তিজনক উত্তম মাধ্যম সোধাই পুলিছক গতালে।

Posted by Online অসমীয়া on Monday, February 18, 2019

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd