DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰম বৰ্বৰতা! মূৰ কাটি, কলিজা-যৌনাংগ উলিয়াই বন্ধুক হত্যা! ৰোমহৰ্ষক ঘটনাত স্তম্ভিত আৰক্ষী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2023 11:33 am
222
VIEWS
Share on FacebookShare on Twitter

এজন প্ৰেমিকৰ বৰ্বৰতাৰ সাক্ষী হৈ ৰ’ল আৰক্ষী আৰু বহুজন। বন্ধুজনে তেওঁৰ প্ৰেমিকাক ফোন আৰু মেচেজ কৰে। তাতেই হিতাহিত জ্ঞান হেৰুওৱাই কথিত প্ৰেমিকে বন্ধুজনৰ মূৰ কাটি পেলায়, কলিজাটো শৰীৰৰ পৰা উলিয়াই তেওঁক নিৰ্মমভাৱে হত্যা কৰি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। ঘটনাটোৰ বিষয়ে জানি আৰক্ষী স্তম্ভিত হৈ পৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, হায়দৰাবাদৰ ২২ বছৰীয়া অভিযুক্তজনক হৰিহৰ কৃষ্ণ বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ বিৰুদ্ধে বন্ধু নবীনক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। দুয়োজনে বন্ধু একেখন বিদ্যালয়তে পঢ়িছিল। যুৱতীগৰাকীও একেখন বিদ্যালয়ৰে ছাত্ৰী আছিল।

প্ৰথমে নবীনে যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল। যুৱতীগৰাকীও সন্মত হয়। অৱশ্যে কেইবছৰ প্ৰেমৰ পিছত তেওঁলোকৰ সম্পৰ্কৰ সমাপ্তি ঘটে। তাৰ পিছত ছোৱালীজনীয়ে হৰিহৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। কিন্তু তেওঁ নবীনৰ সৈতে গোপন যোগাযোগ ৰাখিছিল।

হৰিহৰৰ অজ্ঞাতে নবীনে তেওঁৰ প্ৰেমিকাক ফোন আৰু মেচেজ কৰিছিল। তেওঁ আনকি তেওঁৰ ব্যক্তিগত ফটোও যুৱতীগৰাকীলৈ হোৱাটছএপত প্ৰেৰণ কৰিছিল। অভিযুক্ত হৰিহৰে বিষয়টো জনাৰ পিছত ইয়াক সহ্য কৰিব পৰা নাছিল। হত্যাৰ প্ৰকৃতিৰ পৰাই আৰক্ষীয়ে বুজি উঠিছিল যে অভিযুক্তজন বন্ধুজনৰ ওপৰত কিমান ক্ৰোধান্বিত হৈছিল।

তেওঁ বন্ধুৰ মূৰ কাটিছিল, শৰীৰৰ পৰা কলিজা আৰু যৌনাংগ উলিয়াই আনিছিল, আঙুলিবোৰ টুকুৰা টুকুৰ কৰিছিল আৰু আৰক্ষীৰ ওচৰলৈ আহি তেওঁৰ অপৰাধ স্বীকাৰ কৰিছিল।

আৰক্ষীয়ে ২২ বছৰীয়া যুৱকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু গোচৰটোৰ তদন্ত কৰি আছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

অভিযুক্ত হৰিহৰে কৈছে যে তেওঁ তেওঁৰ বন্ধুক তিনি মাহ ধৰি হত্যা কৰাৰ পৰিকল্পনা কৰি আছিল। অৱশেষত ১৭ ফেব্ৰুৱাৰীত নবীন আৰু হৰিহৰ মদ্যপ অৱস্থাত বিবাদত লিপ্ত হৈ পৰে। তাৰ পিছতে তেওঁ নবীনক নিৰ্মমভাৱে হত্যা কৰে।

Recent News

Fire at Mexican immigration detention center

ডিটেনচন চেণ্টাৰত ভয়াৱহ অগ্নিকাণ্ড: ৩৯ গৰাকী প্ৰব্ৰজনকাৰীৰ মৃত্যু

Lok Sabha Om Birla

একজোঁট বিৰোধী! অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ব লোকসভাৰ অধ্যক্ষ ওম বিৰলা!

Kejriwal on Modi Adani

সন্মুখতহে আদানী; আঁৰত মোদী! আদানী কেলেংকাৰীৰ গোচৰত যুদ্ধংদেহি কেজৰিৱাল

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd