• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাতীয় জীৱনৰ ৰং বোলোৱা ব’হাগ বিহুৰ প্ৰাক্ক্ষণত আখৰাত ব্যস্ত দোলাকাষৰীয়া গাঁৱৰ ডেকা-গাভৰু

NE NOW NEWS মীনাক্ষী ফুকন
গোলাঘাট , April 5, 2021 12:46 pm

1 min read

Bihu Golaghat

ফটো: নৰ্থইষ্ট নাও।

935
VIEWS
Share on FacebookShare on Twitter

বিহু বিহু বিহুটি / আমাৰ বিহু তিনিটি / কাতি বিহু কঙালী / মাঘৰ বিহু ভোগালী / বহাগ বিহু ৰঙালী / ৰঙালীতে ধেমালি কৰো হেৰা চেনাইটি অ’…. অসমীয়া জীৱনৰ আয়ুস ৰেখা ৰঙালী বিহু সমাগত।

ঢোলৰ চাপৰ আৰু পেঁপাৰ মাতত মুখৰিত এতিয়া অসমৰ আকাশ বতাহ। নিৰ্বাচনী গৰম বতাহৰ  মাজতে সমগ্ৰ ৰাজ্যতে চলিছে ব’হাগ বিহু আদৰাৰ পূৰ্ণ প্ৰস্তুতি।

অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহুলৈ মাজত মাথোঁ কেইটিমান দিন বাকী। তাৰ প্ৰাক্ক্ষণত এতিয়া  গাঁৱৰ ডেকা-গাভৰু সকল ব্যস্ত হৈ পৰিছে বিহু আখৰাত।

বিগত বৰ্ষত ক’ভিড সৃষ্ট পৰিবেশৰ বাবে বিহু উদযাপনৰ পৰা বিৰত থাকিব লগীয়া হৈছিল  প্ৰতি গৰাকী অসমীয়া।

কিন্তু এইবেলি দুগুণ উৎসাহেৰে বাপতি সাহোন বিহুটি আদৰিবলৈ সাজু হৈছে সকলো। যাৰবাবে এক সীমাহীন ব্যস্ততা সকলোৰে মাজত।

একেদৰে গোলাঘাট খুমটাইৰ ডেকা দোলাকাষৰীয়া গাঁৱৰ আদিত্য ক্লাবত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা ৷

বেতিয়নী মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ ১০ খন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিহু কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷

উদ্দেশ্য কেৱল বিহু উদযাপনেই নহ’য়, ইয়াৰ লগতে অন্তৰ্ভুক্ত হৈ আছে অন্য এক মহৎ লক্ষ্য।

চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকসকলক আকৰ্ষিত কৰি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিবলৈ এনেদৰে বিহু কৰ্মশালাৰ যোগেদি দোলাকাষৰীয়া গাঁৱৰ ডেকা -গাভৰুৱে  গ্ৰহণ কৰিছে এই প্ৰচেষ্টা।

Recent News

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

যোৱা বৰ্ষত জেলৰ পৰা উধাও হোৱা অবৈধ মাৰণাস্ত্ৰ সৰবৰাহকাৰীক পুনৰ আটক, ক’ত?

যোৱা বৰ্ষত জেলৰ পৰা উধাও হোৱা অবৈধ মাৰণাস্ত্ৰ সৰবৰাহকাৰীক পুনৰ আটক, ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd