• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনত যুৱ প্ৰজন্মৰ ভূমিকা সম্পৰ্কত ২৩ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’ব যুৱ সমাৱেশ

অংশ ল'ব দলিত যুৱনেতা জিগনেচ মেৱানী, জে এন য়ুৰ ছাত্ৰ একতা সভাৰ সভাপতি এন চাই বালাজী, প্ৰাক্তন সাধাৰণ সম্পাদিকা শতৰূপা চক্ৰবৰ্তীয়ে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 19, 2019 6:05 pm
নাগৰিক সমাজৰ সংবাদমেলৰ দৃশ্য। ১৯ মাৰ্চত।

নাগৰিক সমাজৰ সংবাদমেলৰ দৃশ্য। ১৯ মাৰ্চত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহৎ যুৱশক্তিৰ দেশ হিচাপে পৰিগণিত ভাৰতৰ লোকসভাৰ নিৰ্বাচনত যুৱ প্ৰজন্মৰ শক্তিশালী অংশগ্ৰহণৰ অতি গুৰুত্বপূৰ্ণ। সেয়ে আগন্তুক নিৰ্বাচনত দেশৰ যুৱ প্ৰজন্মৰ ভূমিকা সম্পৰ্কত গুৱাহাটীত অনুষ্ঠিত হ’ব এক যুৱ সমাৱেশ।

অসম নাগৰিক সমাজৰ উদ্যোগত অহা ২৩ মাৰ্চত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব ‘দেশৰ সাম্প্ৰতিক অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ’ শীৰ্ষক এই যুৱ সমাৱেশ। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই সমাৱেশ সম্পৰ্কে জানিবলৈ দিয়ে অসম নাগৰিক সমাজৰ সভাপতি হৰেকৃষ্ণ ডেকাই।

Apply Now

২৩ মাৰ্চত অনুষ্ঠিত হ’ব লগীয়া এই সমাৱেশত দেশৰ কেইবাগৰাকীও যুৱ নেতাই অংশ ল’ব বুলি অসম নাগৰিক সমাজে সংবাদমেলত প্ৰকাশ কৰে। সেইসকলৰ ভিতৰত আছে গুজৰাটৰ দলিত যুৱনেতা জিগনেচ মেৱানী, নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি এন চাই বালাজী আৰু প্ৰাক্তন সাধাৰণ সম্পাদিকা শতৰূপা চক্ৰবৰ্তী।

ইয়াৰ উপৰি অসমৰ জাতীয় সংগঠনৰ নেতৃত্বত থকা ক্ৰমে আছুৰ উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, এবছুৰ সভাপতি প্ৰমোদ বড়ো, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ উপৰি লেখিকা পাৰবীন চুলতানায়ো অংশগ্ৰহণ কৰিব বুলি সংগঠনটোৱে প্ৰকাশ কৰে।

দেশৰ সাম্প্ৰতিক পৰিস্থিতিত যুৱ প্ৰজন্মৰ কৰ্তব্য, সাধাৰণ মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে যুৱ প্ৰজন্মৰ পদক্ষেপ, অসমৰ যুৱ নেতাসকলে বৰ্তমানৰ পৰিৱেশক লৈ কি ভাব, আদি বিষয়বোৰ আলোচনা হ’ব এই যুৱ সমাৱেশত।

সংবাদমেলখনত হৰেকৃষ্ণ ডেকাই বিজেপিক সাম্প্ৰদায়িক আৰু দলটোৱে সাধাৰণ মানুহক ভুৱা প্ৰতিশ্ৰুতি দি অহা বুলি অভিহিত কৰি কয়, ‘‘আমি স্থিতাৱস্থাৰ বিপৰীতে পৰিৱৰ্তন বিচাৰিছো, গণতন্ত্ৰক ৰক্ষাৰ বাবে একনায়কত্ববাদ আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আমি ভোট দিব লাগিব’’।

একেদৰে এই নিৰ্বাচন পূৰ্বতে দেশত হৈ যোৱা কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ দৰেই এটা হ’ব বুলি উল্লেখ কৰি বিশিষ্ট সাংবাদিক তথা অসম নাগৰিক সমাজৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত ৰাজগুৰুৱে কয়, ‘‘নতুনকৈ ভোট দিবলগীয়া যুৱ ভোটাৰসকলৰ বাবে দেশৰ বৰ্তমানৰ পৰিস্থিতৰ কথা অনুধাৱন কৰি সেই বিষয়টোৰ ওপৰত গুৰুত্ব দি ভোটদান কৰাৰ প্ৰয়োজনীয়তা আছে’’।

একেদৰে, সংবাদমেলখনত উপস্থিত থাকি নাগৰিক সমাজৰ বিষয়বৱীয়া ড০ অৰূপ বৰুৱা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰেও দেশৰ ৰাজনীতিত যুৱ ভোটাৰৰ ভূমিকা সম্পৰ্কে মন্তব্য প্ৰকাশ কৰে। লগতে আগন্তুক যুৱ সমাৱেশলৈ যুৱ-প্ৰজন্মৰ সঁহাৰি কামনা কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd