• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ যুৱকে প্ৰস্তুত কৰি উলিয়ালে পি পি ই কিট; অৰ্পন কৰিলে জিলা উপায়ুক্তৰ হাতত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 19, 2020 8:42 pm

1 min read

অৰুণাচলৰ যুৱকে প্ৰস্তুত কৰি উলিয়ালে পি পি ই কিট; অৰ্পন কৰিলে জিলা উপায়ুক্তৰ হাতত

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

5k
VIEWS
Share on FacebookShare on Twitter

চানফু ৱাংচু নামৰ অৰুণাচল প্ৰদেশৰ লংদিং জিলাৰ ল’কখো গাঁৱৰ এজন ২৫ বছৰীয়া যুৱকে ক’ৰ’না আক্ৰান্ত সকলক চিকিৎসা আগবঢ়াই অহা চিকিৎসা কৰ্মীসকলৰ বাবে নিজে পাৰ্চনেল প্ৰটেকশ্যন কিট (পি পি ই)প্ৰস্তুত কৰি উলিয়াই জিলা উপায়ুক্ত চেষ্ঠা যাদৱৰ হাতত অৰ্পন কৰে।

বজাৰত উপলব্ধ হোৱা প্লাষ্টিক আৰু অন্যান্য সামগ্ৰীৰে যুৱকজনে চিকিৎসা কৰ্মীসকলৰ বাবে পি পি ই কিট প্ৰস্তুত কৰি উলিয়াইছে।
ইয়াৰ পূৰ্বেও ৱাংচুৱে তেওঁৰ জিলাখনৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়াকৈ টিউচন কৰাৰ বাবে সংবাদ শিৰোনামা দখল কৰিছিল।

ৱাংচুৱে জিলা উপায়ুক্ত গৰাকীৰ হাতত নিজে প্ৰস্তুত কৰা পি পি ই কিটৰ উপৰিও ১৫০ খন মাস্কো অৰ্পন কৰে।

‘‘মই অৰুণাচল প্ৰদেশৰ যুৱপ্ৰজন্ম, স্বেচ্ছাসেৱী সংস্থা আৰু সামাজিক সংস্থাসমূহৰ ক’ৰ’নাৰ বিৰুদ্ধে দেখুওৱা সজাগতামূলক পদক্ষেপক লৈ সন্তুষ্ট আৰু উৎসাহী হৈছো,’’ জিলা উপায়ুক্ত গৰাকীয়ে কয়।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সৈতে যুঁজাৰ বাবে বিভিন্ন সংস্থাৰ লগতে আই আই টি সমূহে নিজৰ উদ্ভাৱনেৰে চৰকাৰক প্ৰশাসনলৈ সহায়ৰ হাত আগবঢ়াই আহিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd