• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটৰ চিকিৎসালয়ত অঘটন: আৰক্ষীৰ লাঠীৰ কোবত যুৱকৰ মৃত্যু হোৱাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
August 12, 2021 9:52 am
aza
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনকাউণ্টাৰ নহয় এইবাৰ আৰক্ষীৰ লাঠিৰ কোবত যুৱকৰ  মৃত্যু  হোৱাৰ অভিযোগত  এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’য় গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত।

খবৰ অনুসৰি গোলাঘাটৰ কমাৰগাওঁ অঞ্চলৰ অৰবিন্দ শইকীয়া নামৰ লোকজন কোনো ৰোগত আক্ৰান্ত হৈ ভৰি ফুলি যোৱাত  মঙলবাৰে বিয়লি  পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্ত্তি কৰাইছিল।

Apply Now

অৱশ্যে গোলাঘাটৰ চিকিৎসালয়ত কোনো চিকিৎসা নকৰি যোৰহাট মেডিকেল কলেজ হাস্পাতাললৈ ৰোগী জনক স্থানান্তৰিত কৰে। চিকিৎসকৰ কথা অনুসৰি ৰোগীজনক লৈ যাবৰ বাবে ততাতৈয়াকৈ পৰিয়ালৰ লোকে টকা যোগাৰ কৰিবলৈ ঘৰলৈ গৈছিল।

আৰু সেই সময়তে এই ঘটনাটো সংঘটিত হ’য়।চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে ৰোগী জনে চিকিৎসালয়ৰ ভিতৰত কোনো কথাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি খঙতে এডোখৰ ইটা দাঙি মাৰিবলৈ উদ্যত হ’য় ।

লগে লগেই ৰোগীজনক চম্ভালিবলৈ চিকিৎসালয় চাউনীত থকা আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ ৰোগীজনক নিয়ন্ত্ৰণলৈ আনে।যদিও পৰিয়ালৰ লোকে ঘৰৰ পৰা ঘূৰি আহি ৰোগীজনক মৃত অৱস্থাত উদ্ধাৰ কৰে।

এতিয়া পৰিয়ালৰ লোকৰ অভিযোগ যে আৰক্ষীয়ে ৰোগীজনক লাঠীৰে মৰিয়াই মাৰিছে। আৰক্ষীয়ে ৰোগীজনক মৰিয়াই দুডালকৈ লাঠী ভাঙি দিয়াৰো অভিযোগ আনিছে পৰিয়ালটোৱে ।ইফালে সাংবাদিকৰ আগত আৰক্ষীয়ে দিয়া  ভাষ্য মতে ৰোগীজনে আৰক্ষীক দেখি দৌৰি ওলাই যাওঁতে এখন ৰখাই থোৱা গাড়ীত খুন্দা মৰাৰ ফলতহে ৰোগীজনৰ মৃত্যু হৈছে।

যদিও  পৰিয়ালৰ লোকে এই সকলো কথা খণ্ডন কৰি আৰক্ষীৰ লাঠীৰ কোবতহে ৰোগী জনৰ এনেদৰে মৃত্যু হৈছে বুলি অভিযোগ আনিছে আৰু সেই লৈ নিশা চিকিৎসালয়ৰ চৌহদত এক উত্তপ্ত পৰিবেশৰ উদ্ভৱ হ’য়।  উল্লেখযোগ্য যে এতিয়া এই  সমগ্ৰ ঘটনা টোৰ

উচিত তদন্তৰ অবিহনে মৃতদেহ চমজি নলয় বুলিও সকিয়নী প্ৰদান কৰিছে পৰিয়ালৰ লোকে। তেনেক্ষেত্ৰত ৰাইজৰ দাবী যে জিলা প্ৰশাসনে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি সমগ্ৰ ঘটনাৰ সত্য উদঘাটন কৰক।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd