• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত বুঢ়ীদিহিং নৈত মাছ ধৰিবলৈ গৈ যুৱকৰ কৰুণ সলিল সমাধি

মানস প্ৰতিম গগৈ মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , April 22, 2019 8:08 pm

1 min read

Screenshot_20190422_184921

মার্ঘেৰিটাত বুঢ়ীদিহিং নৈত সলিল সমাধি ঘটা যুৱকজনৰ মৃতদেহ

755
VIEWS
Share on FacebookShare on Twitter

বুঢ়ীদিহিং নৈত মাছ মাৰিবলৈ গৈ এজন লোকৰ সলিল সমাধি ঘটা ঘটনাই আজি মাৰ্ঘেৰিটাত চাঞ্চল্যৰ সৃষ্টি কৰিছ৷

প্ৰাপ্ত তথ্য অনুসৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত লামা গাঁৱৰ চামচেশ ডাং নামৰ এজন ৩৫ বছৰীয়া যুৱকৰ বুঢ়ীদিহিং নদীত মাছ ধৰিবলৈ গৈ সলিল সমাধি ঘটে।

আজি বিয়লি যুৱকজনে বুঢ়ীদিহিং নদীত মাছ ধৰিবলৈ গৈ নদীৰ দ পানীত পৰি যোৱাৰ দৃশ্য কাষতে মাছ ধৰি থকা কেইবাজনো মাছমৰীয়াই প্ৰত্যক্ষ কৰে। ওচৰত থকা মাছমৰীয়া কেইজনে লগে লগে যুৱকজনক উদ্ধাৰৰ বাবে আগবাঢ়ি আহে যদিও যুৱকজনক জীৱন্ত ৰূপত উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

আনহাতে, বহুসময়ৰ চেষ্টাৰ অন্তত মাছমৰীয়া সকলে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

যুৱকজনৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চল। ইতমধ্যে মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে, ৰাজ্যত ক্ৰমাগত ভাবে নৈৰ পানীত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কিছুদিন পূৰ্বে বিহালীত দুজন যুৱকে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ অকাল মৃত্যুক সাবতিব লগা হৈছিল।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd