DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফা-স্বাধীনত যোগদানৰ সন্দেহ তিনিচুকীয়াৰ যুৱকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2022 2:24 pm
ULFA-I-750x375
116
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াৰ এজন যুৱক যোৱা উৰুকাৰ নিশাৰে পৰা সন্ধানহীন হৈ থকাৰ পিছত  আলফা-স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে।

সূত্ৰসমূহৰ মতে, সন্ধানহীন যুৱকজনক হাতীহাল বৰগৰা অঞ্চলৰ অভিজিৎ বৰা বুলি চিনাক্ত কৰা হৈছে।

যুৱকজনৰ পৰিয়ালৰ সদস্যই দাবী কৰা মতে তেওঁ উৰুকাৰ বাবে বজাৰ কৰিবলৈ গৈ আৰু উভতি নাহিল।

তেওঁৰ ফোনো তেতিয়াৰ পৰাই ছুইটছ অফ হৈ আছে আৰু তেওঁ ক’ত গৈছে তাৰো কোন মেচেজ দিয়া নাই।

লগতে পঢ়ক: কোভিডৰ সংহাৰ: বাতিল হ’ল ঐতিহাসিক জোনবিল মেলা, পালন কৰা হ’ব কেৱল ধৰ্মীয় পৰম্পৰাহে

স্থানীয় লোকে সন্দেহ কৰে যে তেওঁ আলফা-স্বাধীনতে যোগদান কৰিছে কিয়নো তেওঁলোক আৰ্থিক সংকটত ভূগিছিল।

তেওঁৰ পত্নীয়ে কয় যে তেওঁ ক’ত গৈছে সেই বিষয়ে তেওঁৰ কোনো ধাৰাণা নাই যদিও তেওঁ পতিক তেওঁৰ বাবে উভতি অহাটো বিচাৰে।

লগতে পঢ়ক:অসম আৰক্ষীৰ বিভিন্ন পদত নিযুক্তিৰ বাবে পৰীক্ষাৰ দিন ঘোষণা, কি পদৰ বাবে কেতিয়া পৰীক্ষা?

আৰক্ষীয়ে বৰ্তমান বিষয়টো তদন্ত কৰি আছে যদিও এতিয়ালৈকে তেওঁক অপহৰণ কৰা হৈছে নে তেওঁ উগ্ৰপন্থী সংগঠনটোত যোগদান কৰিছে সেয়া নিশ্চিত হ’ব পৰা নাই।

তেওঁ কেব চালক হিচাপে কৰ্মৰত আছিল বুলি কোৱা হৈছে।  

Recent News

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd