• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘Myntra’ত ৬৯৯৬ টকীয়া ঘড়ী অৰ্ডাৰ দি গ্ৰাহকে পালে ১৭৫ টকীয়া তেলৰ বটল!

NE NOW NEWS শশাংক তালুকদাৰ
পাঠশালা , February 11, 2019 9:10 pm

1 min read

‘Myntra’ত ৬৯৯৬ টকীয়া ঘড়ী অৰ্ডাৰ দি গ্ৰাহকে পালে ১৭৫ টকীয়া তেলৰ বটল!
1.5k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান যুগত গ্ৰাহকসকলৰ বাবে বিভিন্ন প্ৰকাৰৰ সামগ্ৰী ক্ৰয়ৰ কাৰণে জনপ্ৰিয় মাধ্যম হৈ পৰিছে অনলাইন সেৱা। কিন্তু এই অনলাইন সেৱাৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰি গ্ৰাহকে ঠগ খোৱাৰ ঘটনায়ো নঘটা নহয়।

বৰপেটা জিলাৰ পাঠশালা নগৰৰ এজন যুৱকৰ সংঘটিত হ’ল তেনে এক ঘটনা। অনলাইন সেৱাৰ জৰিয়তে হাতত পিন্ধা এটা দামী ঘড়ী অৰ্ডাৰ দি যুৱকজনে লাভ কৰে ছালত ঘঁহা এটা তেলৰ বটল।

প্ৰাপ্ত তথ্য মতে পাঠশালাৰ নিতিশ দাস নামৰ যুৱকজনে অনলাইন শ্বপিং ছাইত ‘Myntra’ৰ জৰিয়তে ৬৯৯৬  টকীয়া ফ’ছিল (Fossil) ব্ৰেণ্ডৰ এটা হাতত পিন্ধা ঘড়ী অৰ্ডাৰ কৰিছিল। পিছত তেওঁ কৰা অৰ্ডাৰটো আহি পোৱাত যুৱকজনে পেকেটটো খুলিলত তাত ঘড়ীটোৰ পৰিৱৰ্তে ওলাই এটা ১৭৫ টকীয়া তেলৰ বটল।

গ্ৰাহকগৰাকীয়ে জনোৱা মতে তেওঁ অৰ্ডাৰ কৰাৰ সময়তে ঘড়ীটোৰ সম্পূৰ্ণ মূল্য আদায় কৰিছিল। পিছত দাসে Myntraৰ কৰ্তৃপক্ষক বিষয়টো অৱগত কৰাই আৰু তেওঁ অৰ্ডাৰ কৰা ঘড়ী প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাই বুলি জানিবলৈ দিয়ে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd