• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ কইনাধৰাত দুৰ্বৃত্তৰ গুলীত নিহত যুৱক; অপৰাধীৰ সন্ধানত অভিযান আৰক্ষীৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2023 9:32 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ কইনাধৰাত বৃহস্পতিবাৰে সন্ধিয়া দুৰ্বৃত্তই এজন যুৱকক গুলীয়াই আহত কৰিছিল। গুৰুতৰভাৱে আহত যুৱকজনৰ পিছত মৃত্যু ঘটে।

বাতৰি অনুসৰি, মহানগৰীৰ লতাকাটা অঞ্চলৰ নিবাসী অঞ্জন নাথ নামৰ যুৱকজনৰ নিশা প্ৰায় ৯:৩০ বজাত মেট্ৰ’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা বুলি জানিব পৰা গৈছে।

কইনাধৰা অঞ্চলৰ সমীপত অচিনাকি দুষ্কৃতিকাৰীয়ে যুৱকজনৰ বুকুত গুলীওৱাৰ অভিযোগ উত্থাপন হৈছে।

Apply Now

জানিব পৰা মতে, যুৱকজনে গুৱাহাটীৰ বশিষ্ঠ চাৰিআলি অঞ্চলৰ এটা বাণিজ্যিক বাহনৰ ডিলাৰত কাম কৰিছিল।

লগতে পঢ়কঃ ২১২ জন ভাৰতীয়ক লৈ নতুন দিল্লীত অৱতৰণ কৰিলে ‘অপাৰেচন অজয়’ৰ প্ৰথমখন বিমান

সংকটজনক অৱস্থাত তেওঁক খানাপাৰাৰ মেট্ৰ’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত আঘাতৰ ফলত তেওঁৰ মৃত্যু হয় বুলি চিকিৎসালয়ৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে।

ইপিনে, ঘটনাৰ বাবে দায়ী দুৰ্বৃত্তক বিচাৰি উলিয়াবলৈ চেষ্টা চলাই আছে আৰক্ষীয়ে। যুৱকজনক কিয় গুলীওৱা হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

অঞ্চলটোৰ স্থানীয় লোকে ব্যক্তিগত শত্ৰুতা হ’ব পাৰে বুলি সন্দেহ কৰাৰ বিপৰীতে একাংশই ডকাইতিৰ চেষ্টা বুলিও সন্দেহ প্ৰকাশ কৰিছে।

অভিযোগ অনুসৰি স্কুটিৰে আহিছিল দুষ্কৃতিকাৰী।

লগতে পঢ়কঃ দিল্লীত ৰহস্যজনক মৃত্যু অসমীয়া যুৱকৰ

ঘটনাস্থলীত থকা এজন ব্যক্তিয়ে সংবাদ মাধ্যমক জনোৱা মতে, যুৱকজনে মটৰ চাইকেলত বহি থকাৰ সময়তে ৰাজীৱ গান্ধী নগৰৰ পৰা স্কুটীৰে ওলাই অহা এজন ব্যক্তিয়ে তেওঁৰ বুকুত গুলীয়াইছিল।

গুলী লগাৰ লগে লগে যুৱকজন মাটিত বাগৰি পৰে আৰু কোনো লোকে চিনাক্ত কৰাৰ আগতেই সন্দেহজনক লোকজনে পলায়ন কৰে।

আৰক্ষীয়ে অঞ্চলটোত থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰি সন্দেহজনক লোকজনৰ সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।

লগতে পঢ়কঃ বিশ্বকাপত নেজ পেলালে কেংগেৰুৱে! নিৰ্মম দক্ষিণ আফ্ৰিকা; আত্মসমৰ্পণ অষ্ট্ৰেলিয়াৰ

উল্লেখ্য যে যোৱা কেইদিনমানৰ পৰা মহানগৰীত বন্দুক জড়িত অপৰাধৰ ঘটনা বৃদ্ধি পাইছে।

ইপিনে, ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ডিজিপি জিপি সিং আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd