• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত হোলীৰ আনন্দোল্লাসৰ মাজতে চাঞ্চল্যকৰ কাণ্ড: যুৱকৰ দাৰ ঘাপত এগৰাকীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2023 4:09 pm
Woman's Body Parts Found In Delhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যজুৰি বিগত দুদিন ধৰি উদযাপন কৰা হ’ল ফল্গুৎসৱ। পিছে এই আনন্দোল্লাসৰ মাজতে বঙাইগাঁও জিলাত হোলী উদযাপনৰ সময়ত মন্দিৰ চৌহদত এগৰাকী যুৱক দাৰ আক্ৰমণৰ ফলত প্ৰাণ হেৰুৱায় এগৰাকী ব্যক্তিয়ে।

এই ভয়াৱহ আক্ৰমণত আন দুগৰাকী ব্যক্তিও আহত হয়। যোগীঘোপাৰ পল্লীৰতল পালপাৰা মন্দিৰত আয়োজন কৰা দৌল উৎসৱ উদযাপনৰ সময়তে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি, প্ৰসাদ বিতৰণক লৈ তৰণী দাস আৰু কৃষ্ণ শীল নামৰ ব্যক্তি দুগৰাকীৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। ক্ৰমাৎ উত্তপ্ত হৈ পৰা পৰিস্থিতিৰ মাজতে অভিযুক্ত শীলে এখন দাৰে তৰণী দাসক আক্ৰমণ কৰে।

আনহাতে ৰবীন চন্দ্ৰ শীল আৰু সাধন পল নামৰ দুগৰাকী যুৱকে আক্ৰমণকাৰী কৃষ্ণ শীলক বাধা দিবলৈ চেষ্টা চলায় যদিও দাৰ ঘাপত দুয়ো যুৱকো আহত হয়।

আহত দুয়োগৰাকী যুৱককে চিকিৎসাৰ বাবে কাষৰীয়া এক চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে।

ইফালে ঘটনাৰ সময়ত অভিযুক্ত শীল আৰু হত্যাৰ বলি হোৱা তৰণী দাস দুয়োগৰাকীয়েই মদ্যপান কৰি আছিল বুলি সন্দেহ কৰা হৈছে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু পলাতক অভিযুক্ত কৃষ্ণ শীলক গ্ৰেপ্তাৰৰ উদ্দেশ্যে শীলৰ সন্ধান চলাই আছে বুলি জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

September 12, 2026 2:40 pm
চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

September 12, 2026 12:55 pm
উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 12, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

September 12, 2026 2:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd