• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনত জয়ী হোৱাৰ ৪৮ ঘন্টাৰ পাছতে গুজৰাটত ভূমি বেদখলৰ বাবে ইউছুফ পাঠানলৈ জাননী জাৰি

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
June 14, 2024 4:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃণমূলৰ বিজয়ী প্ৰাৰ্থী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ উত্থাপন হৈছে। গুজৰাটৰ বৰোদা পৌৰসভাৰ এখন মাটি অবৈধভাৱে দেৱাল গাঁঠি ঘেৰাও কৰা বুলি অভিযোগ উত্থাপন হৈছে। সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি বৰোদা পৌৰসভাইও এই সন্দৰ্ভত পাঠানলৈ জাননী প্ৰেৰণ কৰিছে। তেওঁক শীঘ্ৰে দেৱালখন আঁতৰাবলৈ কোৱা হৈছে।

এই লোকসভা নিৰ্বাচনত বহাৰমপুৰ সমষ্টিৰ পৰা তৃণমূলৰ টিকটত জয়লাভ কৰে ইউছুফে। পাঁচবাৰৰ সাংসদ তথা ৰাজ্যিক কংগ্ৰেছৰ সভাপতি অধীৰ চৌধুৰীক পৰাস্ত কৰি তেওঁ এক নজিৰ গঢ়ি তুলিছিল। পিটিআইয়ে জনোৱা মতে, বৰোদা পৌৰসভাই যোৱা ৬ জুনত পাঠানলৈ জাননী প্ৰেৰণ কৰিছিল। কাকতলীয়াকৈ ৪ জুনত এই সমীক্ষাৰ ফলাফল প্ৰকাশ পাইছিল। অৰ্থাৎ বাহাৰমপুৰ জয়ী হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰতে বিজেপি পৰিচালিত পৌৰসভাৰ পৰা ইউছুফে জাননী লাভ কৰে।

ইউছুফে যি মাটি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে, সেই মাটি পৌৰসভাৰ মালিকানাধীন। বৰোদাৰ বিজেপিৰ এজন কাউন্সিলাৰ বিজয় পাৱাৰে কয় যে ২০১২ চনত ইউছুফে এই মাটি ক্ৰয় কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত তেওঁ পৌৰসভাৰ অনুমতি লৈ গৈছিল। কিন্তু তেতিয়াৰ গুজৰাট চৰকাৰে পৌৰসভাৰ প্ৰস্তাৱ নাকচ কৰিছিল। পাৱাৰে কয় যে মাটিখিনি ইউছুফৰ ঘৰৰ ওচৰত। তেওঁৰ মন্তব্যৰ পিছতে বৰোদা পৌৰসভাইও ইউছুফক জাননী দিয়াৰ বিষয়টো স্বীকাৰ কৰিছে।

Apply Now

ইয়াৰ পূৰ্বে বিজেপিৰ কাউন্সিলাৰগৰাকীয়ে কয় যে ২০১২ চনত যেতিয়া ইউছুফৰ ঘৰ নিৰ্মাণৰ কাম চলি আছিল তেতিয়া তেওঁ এই কাষৰীয়া মাটিখিনি অধিক মূল্যত ক্ৰয় কৰিব বিচাৰিছিল। লগতে তেওঁ প্ৰতি বৰ্গমিটাৰত ৫৭ হাজাৰ টকা দিয়াৰ প্ৰস্তাৱ আগবঢ়ায়। পৌৰসভাৰ ব’ৰ্ডৰ বৈঠকত এই প্ৰস্তাৱ গৃহীত হয়। কিন্তু চৰকাৰে অৱশেষত মাটি বিক্ৰীৰ অনুমতি নিদিলে। কাউন্সিলাৰগৰাকীয়ে কয় যে তেওঁৱেই পৌৰসভাক জনাইছিল যে মাটি বেদখল কৰা হৈছে। লগতে এই সন্দৰ্ভত তদন্তৰ দাবী জনায়।

মন কৰিবলগীয়া যে এই নিৰ্বাচনত তৃণমূলৰ অন্যতম চমক আছিল ইউছুফ। তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে গুজৰাটৰ পৰা বংগলৈ আনি টিকট দিছিল। অধীৰ ৰঞ্জনৰ ‘গড়’ বেহৰমপুৰত তেওঁ হৈ পৰিছে দলৰ ট্ৰাম্প কাৰ্ড। ৫২ হাজাৰৰো অধিক ভোটত তেওঁ অধীৰক পৰাস্ত কৰে। এই জয়ৰ বাবে দলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে ঘৰুৱা বৈঠকত তেওঁক ‘জায়ান্ট কিলাৰ’ বুলি অভিহিত কৰে।

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd