• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ হিংসাত্মক পৰিস্থিতিত উদ্বিগ্ন যুৱৰাজ-ছেহৱাগ; জনালে শান্তি বজাই ৰখাৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2020 4:37 pm
yuvraj-sehwag
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ পৰিস্থিতি কিছু শান্ত হ’লেও ৰাজধানী চহৰখনত এতিয়াও পৰিস্থিতি স্বাভাৱিক বুলি ক’ব নোৱাৰি। সংঘৰ্ষৰ ফলত এতিয়ালৈকে ৩৫জনকৈ লোকে প্ৰাণ হেৰুৱাইছে।

দিল্লীৰ এনে হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত স্তম্ভিত হৈ পৰিছে দিল্লীৰ হৈ দেশক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগ। ক্ৰিকেটাৰগৰাকীয়ে টুইটাৰযোগে তেওঁৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে।

Apply Now

দিল্লীৰ ঘটনাত নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে আন দুগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু ইৰফান পাঠানেও।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদ ক্ৰমে ৰণক্ষেত্ৰৰ ৰূপ লয়। উত্তৰ-পূব দিল্লীত সংঘটিত হোৱা সংঘৰ্ষত দিল্লী পুলিচৰ হেড কনিষ্টবল ৰতনলালকে ধৰি কেইবাজনো লোক নিহত হয়।

What is happening in Delhi is unfortunate. My request to all of you is to keep calm and peace in Delhi. Any injury or harm to anyone is a blot on the capital of this great country. I wish peace and sanity to one and all.

— Virender Sehwag (@virendersehwag) February 25, 2020

অৰ্দ্ধ সামৰিক বাহিনীয়েও পৰিস্থিতি চম্ভালাত বহু সংগ্ৰাম কৰিবলগীয়া হয়। অৱশেষত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব গ্ৰহণ কৰে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে পৰিস্থিতি কিছু স্বাভাৱিক কৰি তোলে।

দিল্লীত সংঘৰ্ষৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰে প্ৰাক্তন ক্ৰিকেটাৰ কেইগৰাকী।

What’s going on in Delhi is heart breaking, requesting everyone to please maintain peace and harmony. Hoping the authorities will take corrective measures to curb the situations. End of the day we are all humans, we need to love and respect each other ? #DelhiBurning

— yuvraj singh (@YUVSTRONG12) February 26, 2020

ছচিয়েল মিডিয়াৰ জৰিয়তে নিজৰ উদ্বেগ প্ৰকাশ কৰি যুৱৰাজ সিং, বীৰেন্দ্ৰ ছেহৱাগ আৰু ইৰফান পাঠানে প’ষ্ট দিয়ে।

ছেহৱাগে লিখিছে, ‘’দিল্লীত যি হৈছে সেয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক। সকলোকে অনুৰোধ শান্ত থাকক, শান্তি বজাই ৰাখক। এই হিংসাই ৰাজধানীৰ বুকুত গভীৰ আঘাতৰ সৃষ্টি কৰিলে।‘’

একেদৰে চিন্তা ব্যক্ত কৰিছে যুৱৰাজেও। তেওঁৱো শান্তি বজাই ৰখাৰ অনুৰোধ জনাইছে। তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd