• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

NE NOW NEWS ৰিদীপ শৰ্মা
কলিয়াবৰ , January 23, 2021 1:00 pm

1 min read

জাকাই ইক' কেম্প

শনিবাৰে জাকাই ইক' কেম্প উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই। ফটো: নৰ্থইষ্ট নাও।

134
VIEWS
Share on FacebookShare on Twitter

পৰ্যটকক আদৰিবলৈ সাজু হৈছে কলিয়াবৰত নতুনকৈ আৰম্ভ হোৱা জাকাই ইক’ কেম্প।

স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে কলিয়াবৰ মহকুমা প্ৰশাসনে কলিয়াবৰক পৰ্যটনক্ষেত্ৰ হিচাবে গঢ় দিবলৈ লোৱা চেষ্টাক অৰিহণা যোগাব এই জাকাই ইক’ কেম্পে।

কলিয়াবৰৰ কেইজনমান শিক্ষিত যুৱকে কলিয়াবৰৰ ৰাঙলু পাহাৰগুৰিত আৰম্ভ কৰিছে এই জাকাই ইক’ কেম্প।

ইতিহাস প্ৰসিদ্ধ কুকুৰাকটা পাহাৰৰ নিচেই কাষতে থকা গোৰ্খা সম্প্ৰদায়ৰ বসতিস্থল পাহাৰগুৰিত আৰম্ভ হোৱা জাকাই ইক’ কেম্পে অতিকৈ পিছপৰা পাহাৰগুৰি অঞ্চলবাসীক আৰ্থ সামাজিক ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাব।

তাৎপৰ্যপূৰ্ণভাৱে কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলত থকা বন্যপ্ৰাণী চাবলৈ অহা পৰ্যটকসকলে এই জাকাই ইক’ কেম্পত আহি থাকিব পাৰিব।

পৰ্যটকসকলক লগতে কলিয়াবৰৰ হাতীমূৰা¸নদী পৰ্যটন আদি উপভোগ কৰাত জাকাই ইক’ কেম্পে সহায় কৰিব।

আজি মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে জাকাই ইক’ কেম্প। অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ।

থকা-খোৱাৰ সু-ব্যৱস্থা থকা জাকাই ইক’ কেম্পৰ আৰম্ভৰ দিনটোতে পাঁচজনকৈ পৰ্যটক থাকিবলৈ অহাৰ খবৰে কলিয়াবৰ পৰ্যটন ক্ষেত্ৰলৈ এক আশাৰ সঞ্চাৰ কৰিছে।

অভিনেত্ৰী চয়নিকা কাশ্যপ আৰু উদীয়মান কবি ভাস্কৰ শইকীয়াই আঁত ধৰা জাকাই কেম্পৰ উদ্বোধনী অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে কেইবাগৰাকীও শিল্পীয়ে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd