• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2026 3:08 pm
330
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফ্ৰান্সত আয়োজিত জি-৭ বৈঠকত বিশ্বৰ নেতাসকলৰ উপস্থিতিত এক অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হয়। পাশ্চাত্য ৰীতি অনুসৰি গালত গাল থৈ সম্ভাষণ জনাবলৈ গৈ পৰিস্থিতি ওঁঠত চুম্বন কৰাৰ দৰে হৈ পৰে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ এই কাণ্ডই বিশ্বমঞ্চত এক অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে। কোনোমতে পৰিস্থিতিটো চম্ভালি মেলনীয়ে তাৰ পৰা আঁতৰি যায়। এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই ব্যাপক চৰ্চা আৰম্ভ হৈছে।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে, সন্মিলনৰ মাজতে ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰপতি উৰছুলা ভন ডেৰ লিয়েনৰ সৈতে কথা পাতি আছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। সেই সময়তে তাৰ মাজেৰে খোজকাঢ়ি গৈ আছিল ইটালীৰ প্ৰধানমন্ত্ৰী মেলনী। হঠাৎ দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানে ইজনে সিজনক সম্ভাষণ জনায়। মেলনী আগবাঢ়ি অহাৰ লগে লগে জেলেনস্কিয়ে তেওঁক চুম্বন কৰিবলৈ যায়। এই অস্বস্তিকৰ পৰিৱেশ কোনোমতে চম্ভালি পাশ্চাত্য ৰীতি অনুসৰি দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানে ইজনে সিজনৰ গালত গাল লগায়। ইয়াৰ পিছত দুয়ো নিজৰ নিজৰ বাটেৰে আগবাঢ়ি যায়।

Apply Now

এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই তীব্ৰ চৰ্চা আৰম্ভ হৈছে। এজন যুৱকে লিখিছে যে মই ঘটনাটো দেখিলোঁ, জি-৭ ৰ দৰে শীৰ্ষ মঞ্চত জেলেনস্কিয়ে নিজৰ সন্মান হেৰুৱালে। আন এজনে লিখিছে, জেলেনস্কি ৰোমান্টিক মুডত আছিল, কিন্তু মেলনীয়ে নিষ্ঠুৰভাৱে তেওঁক নাকচ কৰিলে। আন এজন যুৱকে আকৌ লিখিছে, তেওঁ জানেনে যে তেওঁৰ দেশত জুই জ্বলি আছে? আৰু তেওঁ জি-৭ সন্মিলনলৈ আহি মেলনীৰ সৈতে ৰোমান্সত ব্যস্ত। যিকি নহওক, মেক্ৰন আৰু মোডীৰ পিছত এইবাৰ জেলেনস্কিও সেই তালিকাত সোমাল।

অৱশ্যে কেৱল জেলেনস্কিয়েই নহয়, এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত পুনৰ এবাৰ মেলোডি মুহূৰ্তৰ সৃষ্টি হৈছে। ফটো উঠাৰ আগতে মঞ্চত ৰাষ্ট্ৰনেতাসকল যেতিয়া শাৰী পাতি থিয় হৈ আছিল, ঠিক সেই সময়তে সুকীয়াকৈ দৃষ্টি আকৰ্ষণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী মেলনীয়ে। ভাইৰেল ভিডিঅ’ত দেখা যায় যে, ৰাষ্ট্ৰনেতাসকলৰ ভিৰৰ মাজৰ পৰা ওলাই আহি মোডীৰ সৈতে কৰমৰ্দন কৰিছে মেলনীয়ে। ইয়াৰ পিছত দুয়োৰে মাজত কোনো বিষয়ত সামান্য কথা-বতৰা হয় আৰু ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকী হাঁহিত ফাটি পৰে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, মেলনীৰ সৈতে দেখা আৰু কৰমৰ্দনৰ সময়ত মোডীয়ে কয় যে আপোনাৰ সৈতে পুনৰ লগ পাই আনন্দিত হৈছোঁ। ইয়াৰ উত্তৰত মেলনীয়ে কয়, হয়, আমি এতিয়া ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd