• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰ পৰিস্থিতিত সুৰক্ষিতভাৱে বাচি থকাৰ একমাত্ৰ উপায় পুলিচ এৰেষ্ট! প্ৰাক্তন IGP ভায়লেট বৰুৱাৰ ফেচবুক পোষ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2025 4:43 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেদনা বিহ্বল আজি সকলো! প্ৰকৃতিৰ কোলাত নিতালে শুই পৰিছে অসমৰ হিয়াৰ আমঠু প্ৰিয় শিল্পী জুবিন গাৰ্গ। শেষ শ্ৰদ্ধাঞ্জলি জনাইছে অগণন অনুৰাগীয়ে। কিন্তু এই শোকাকুল পৰিবেশৰ মাজতো অনুৰাগী সকল তথা অসমৰ সচেতেন মহলৰ মাজত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত তীব্ৰ চৰ্চা চলিছে। কিয়নো সংবাদ মাধ্যমত শিল্পী গৰাকীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বিভিন্ন মত দেখিবলৈ পোৱা গৈছে কোনেও একমতত ক’ব পৰা নাই মৃত্যুৰ কাৰণ। এই সন্দৰ্ভত সামাজিক মাধ্যমত বিভিন্ন তৰ্ক বিতৰ্ক দেখিবলৈ পোৱা গৈছে আৰু দোষীৰ উচিত শাস্তিৰ দাবী কৰিছে।

চৰকাৰে এই ঘটনাৰ তদন্তৰ বাবে CIDক নিৰ্দেশ দিছে আৰু ইতিমধ্যে নৰ্থইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক FIR পঞ্জীয়ন কৰা হৈছে। কিন্তু একাংশই দাবী কৰিছে যে এই গোচৰত ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ ২৩৮ ধাৰা সন্নিবিষ্ট কৰা উচিত বুলি মত পোষণ কৰিছে। যি সাক্ষ্য লুকুৱাবলৈ চেষ্টা কৰা বা ভুল তথ্য প্ৰদান কৰাৰ সৈতে জড়িত।

Apply Now

অসমৰ প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক প্ৰধান ভায়লেট বৰুৱাই এই সন্দৰ্ভত সামাজিক মাধ্যমৰ জৰিয়তে মত প্ৰকাশ কৰিছে যে “আজিৰ এই পৰিস্থিতিত আটাইতকৈ সুৰক্ষিত ভাবে বাচি থকাৰ একমাত্ৰ উপায় হৈছে পুলিচ এৰেষ্ট। ইতিমধ্যে কেচ ৰেজিষ্টাৰ হৈছে কিন্তু আৰক্ষীয়ে S.238 of BNS (causing disappearance of evidence বা providing false information) ধাৰাটো CID এ পঞ্জীয়ন কৰা কেচটোত সন্নিৱিষ্ট কৰিব লাগিছিল। অৱশ্যে এতিয়াও সময় আছে।

বিষয়টো হ‘ল নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন, লগতে আমাৰবোৰৰো হিয়াৰ এফাল, ঘৰত দুষ্টালি কৰি থকা নিস্পাপ শিশুটিৰ দৰে। সেই বাবে “অসমীয়া হে” বুলি……”

https://www.facebook.com/share/p/1FijAcVhM4

সকলোৰে এটাই প্ৰশ্ন যে জুবিন গাৰৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলো তদন্তৰ আওতালৈ আহিব লাগে আৰু দুখীৰ উচিত শাস্তি হ’ব লাগে আৰু দুখী যাতে ন্যায় ব্যৱস্থাৰ সুৰুঙালৈ বাচি যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd