• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনুষ্ঠানৰ মাজতে হঠাৎ অসুস্থ শিল্পী জুবিন গাৰ্গ; নেমকেয়াৰ হস্পিটেলত ততাতৈয়াকৈ ভৰ্তি

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 28, 2020 9:15 pm

1 min read

1.2k
VIEWS
Share on FacebookShare on Twitter

আজি সন্ধিয়া গুৱাহাটী টাউন ক্লাবত অনুষ্ঠিত এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ মাজতে হঠাৎ অসুস্থ হৈ পৰে শিল্পী জুবিন গাৰ্গ।

অচেতন প্ৰায় হৈ মাটিত ঢলি পৰিবৰ উপক্ৰম হোৱা অৱস্থাতে কাষতে থকা অনুৰাগী আৰু বন্ধুবৰ্গই কোনোমতে নপৰাকৈ ৰাখিবলৈ সক্ষম হয় সকলো অসমীয়াৰ মৰমৰ শিল্পীজনক।

তাৰ পিছতে তেওঁক ততাতৈয়াকৈ এম্বুলেন্সত জি এছ ৰ’ডত থকা নেইমকেয়াৰ হস্পিটেলৰ আই চি য়ুত ভৰ্তি কৰা হয়।

অনুষ্ঠানটোত উপস্থিতসকলৰ ভাষ্য অনুসৰি বাগৰি পৰিবৰ উপক্ৰম হোৱা সময়ত শিল্পীজনৰ দুয়োপাৰি দাঁত টানকৈ বন্ধ হৈ পৰিছিল। অৱশ্যে চকু মেল খাই আছিল।

শেহতীয়া তথ্য অনুসৰি চিকিৎসালয়খনত শিল্পীজনৰ চিকিৎসা আৰম্ভ হৈছে।

শিল্পীজনে আজি সন্ধিয়া প্ৰায় ৭:৩০ বজাত গুৱাহাটীৰ জজ খেলপথাৰৰ সমীপত থকা গুৱাহাটী টাউন ক্লাবত কন্ঠশিল্পী অনুৰাগ শইকীয়াৰ “প্ৰজেক্ট বৰগীত” শ্ৰাব্য কেছেট মুকলি কৰিবলৈ গৈছিল।

শিল্পীজনৰ স্বাস্থ্যৰ বুজ ল’বলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ দলে ইতিমধ্যে চিকিৎসালয়খনত উপস্থিত হৈছে।

Recent News

WhatsApp Image 2021-01-24 at 12.14.49 PM

বিস্ফোৰক গ্ৰেগ চেপেল! ভাৰতীয় তৰুণ সকলৰ তুলনাত অষ্ট্ৰেলিয়ানবোৰ প্ৰাথমিক স্কুলৰ ছাত্ৰ

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd