• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উভটি আহিব “অনামিকা”ৰ দীঘল চুলিৰ জুবিন, আপুনি বিচাৰেনে?

Nenow এন ই নাও নিউজ
গুৱাহাটী , September 7, 2019 9:09 pm

1 min read

Zubeen Garg to take new avatar with old 'long hair' look

দীঘল চুলিৰ জুবিন গাৰ্গ। ছবি সৌজন্য-- ফেন ক্লাব, magicalassam.com আৰু ফে’চবুক।

1.6k
VIEWS
Share on FacebookShare on Twitter

জুবিন গাৰ্গে আকৌ চুলি ৰাখিব, “কাঞ্চনজংঘা”ৰ সফলতা ঘোষণাৰে সংবাদমাধ্যমত তেওঁ নিজে কৈছে এই কথা।

“অনামিকা” নামৰ কেছেটটোৰে অসমৰ সংগীত জগতত খলকনি তোলা গাৰ্গৰ দীঘল-চুলীয়া ৰূপক লৈ আজিও বহু অনুৰাগী নষ্টালজিক।

সদ্যমুক্তিপ্ৰাপ্ত “কাঞ্চনজংঘা”ৰ সফলতাত উৎফুল্লিত গাৰ্গে পৰৱৰ্তী চিনেমাৰ নাম ঘোষণা কৰি দিছে। আৰু সেই ছবিৰ বাবে তেওঁ চুলি দীঘল কৰিব।

চিনেমাখনৰ নাম হ’ব “বাঘ”।

“কাঞ্চনজংঘা”ৰ কাৰণে চুলি কাটি দিলো বুলি উল্লেখ কৰি গাৰ্গে জনোৱা মতে “বাঘ”ৰ কাৰণে তেওঁ চুলি ৰাখিব।

এই ঘোষণাই নিশ্চয়কৈ গাৰ্গৰ নতুন “পুৰণি” ৰূপৰ বাবে বহু অনুৰাগীক ব্যাকুল কৰি তুলিব।

চ’চিয়েল মিডিয়া খুচৰিলে দীঘলচুলীয়া গাৰ্গ-ব্যাকুল বহু প’ষ্ট মাজে-সময়ে চকুত পৰে। মুখে মুখেও অনুৰাগীৰ মাজত এই ব্যাকুলতাযুক্ত কথা-বাৰ্তা চলি থাকে।

গাৰ্গৰ কিছুমান পুৰণা অনুৰাগীয়ে নতুন অনুৰাগীক কোৱা দেখা যায়— আমি ফ্ৰীকে গান নোপোৱা দিনত তেওঁৰ কেছেট কিনি শুনা যুগৰ মানুহ, ইত্যাদি।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd