• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনিৰুদ্ধদেৱৰ নামত অচিৰেই বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
December 23, 2017 6:48 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত অচিৰেই এখন নতুন বিশ্বাবিদ্যালয় হ’ব বৈষ্ণৱ গুৰু অনিৰুদ্ধদেৱৰ নামত। এই গুৰুত্বপূৰ্ণ ঘোষণাটো কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত আয়োজিত সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মহিলা পৰিষদে যৌথভাৱে আয়োজন কৰা দ্বিবাৰ্ষিক সন্মিলন ভাগ লৈ এই ঘোষণা কৰে মুখ্য মন্ত্ৰী সোণোৱালে। নিজৰ ভাষণত সোণোৱালে কয়, ‘শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ বিষয়ে গৱেষণামূলক অধ্যয়ন হোৱাটো সুখৰ কথা। কিন্তু তেওঁৰ বিষয়ে অধিক গৱেষণা কৰা দৰকাৰ। অসমৰ সকলো সম্প্ৰদায় কিছু কিছু ক্ষেত্ৰত ভিন্ন। আমাৰ চৰকাৰে সকলো সম্প্ৰদায়ৰ উন্নতিৰ বাবে কাম কৰিছে।’

সন্মিলনত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰীজনে মটকসকলৰ বুৰঞ্জী বিষয়ক এখন গ্ৰন্থও উন্মোচন কৰে। ‘মটক বুৰঞ্জী’ নামৰ গ্ৰন্থখনৰ লেখকদ্বয় হ’ল ড০ ভীমকান্ত বৰুৱা আৰু সুশীল কুমাৰ গগৈ। কিতাপখন উন্মোচন কৰি মুখ্য মন্ত্ৰীজনে কয় যে বুৰঞ্জীমূলক গ্ৰন্থখনে নৱপ্ৰজন্মক মটক সম্প্ৰদায়টোৰ বিষয়ে জনাত সহায় কৰিব। ‘এইটো আয়োজকসকলৰ এটা মহান পদক্ষেপ। মটক সকল অসমৰ এটা খিলঞ্জীয়া সম্প্ৰদায় আৰু অসমীয়া সম্প্ৰদায়ৰ বিকাশত তেওঁলোকৰ কঠোৰ অৱদান অনস্বীকাৰ্য্য? ‘মটক বুৰঞ্জী’ কিতাপখনে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক এই সমৃদ্ধ ইতিহাসৰ বিষয়ে জনাৰ সুযোগ দিব।’ তেওঁ লগতে কয় যে প্ৰতিটো যুৱ প্ৰজন্মই তেওঁলোকৰ ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে জানিব লাগে আৰু নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰিব লাগে। প্ৰতিটো নৱ প্ৰজন্মই মহান মটক ৰজা সৰ্বানন্দ সিংহৰ আদৰ্শ অনুসৰণ কৰিব লাগে, যিজনে বৃহত্তৰ অসমীয়া সমাজৰ বাবে কাম কৰিছিল।

Apply Now

আনহাতে মুখ্য মন্ত্ৰীজনে আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাকো মূল সুঁতিলৈ ঘূৰি আহিবলৈ আৰু অসমীয়া সমাজৰ বৃহত্তৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায়।

আজিৰ সভাখনত মুখ্য মন্ত্ৰী সোণোৱালৰ উপৰি কৃষি মন্ত্ৰী অতুল বৰা, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, সোণাৰি সমষ্টিৰ বিধায়ক তপন গগৈ, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, আলোচনাপন্থী আলফাৰ নেতা অনুপ চেতিয়াও উপস্থিত আছিল।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd