• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্যান্য বানচকে ধৰি দৰমহা বৃদ্ধি জনপ্ৰতিনিধিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 9:25 am
d1d
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ, বিৰোধী দলৰ নেতা, বিধায়কৰ মাহে ২০ হাজাৰৰপৰা ৪০ হাজাৰ টকা পৰ্যন্ত দৰমহা বৃদ্ধি পাব। মূল দৰমহাৰ সমান্তৰালকৈ বিধায়ক, মন্ত্ৰী আৰু আন সকলোৰে নিজৰ নিজৰ সমষ্টিৰ ভাট্টাকে ধৰি অন্যান্য সকলো বানচ বৃদ্ধি পাব।

উল্লেখ্য যে বৃহস্পতিবাৰে বিধানসভাৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পোটোৱাৰীয়ে এই সম্পৰ্কত বিধানসভাৰ মজিয়াত তিনিখন বিল উথ্থাপন কৰি মন্ত্ৰী-বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাব দাখিল কৰে। লক্ষ্যণীয় যে বিধায়কসকলে পাই থকা সকলো সুবিধা সংশোধিত কৰাৰো প্ৰস্তাৱ কৰা হৈছে। সম্প্ৰতি অসমৰ প্ৰতিজন বিধায়কে মাহে মূল দৰমহা ৬০ হাজাৰ টকালৈ পাই আছে।

Apply Now

বৃহস্পতিবাৰে উহ্থাপন কৰা এই বিধেয়কৰ জৰিয়তে বিধায়কসকলৰ মূল দৰমহা ৮০ হাজাৰ টকা কৰাৰ বাবে প্ৰস্তাৱ কৰা হৈছে। ইয়াৰ উপৰি বিধায়কসকলৰ এতিয়াৰ সমষ্টিৰ ভাট্টা, বিধায়কৰ সচিবৰ ভাট্টা, বিধানসভাৰ বৈঠক আৰু কমিটীৰ সভাৰ দৈনিক ভাট্টা আদিৰো বৃদ্ধি কৰিবলৈ প্ৰস্তাব দাখিল কৰে।

ইয়াৰ উপৰি প্ৰাক্তন বিধায়কসকলৰ পেন্সন আৰু চিকিৎসা ভাট্টাও বৃদ্ধি কৰাৰ বাবে কালিৰ উত্থাপন কৰা বিধেয়কত প্ৰস্তাব দাখিল কৰা হয়। প্ৰতি ৫ বছৰৰ অন্তৰে অন্তৰে মূল দৰমহা আৰু পেন্সন আদি বৃদ্ধি কৰা হ’ব। প্ৰাক্তন বিধায়কৰ পৰিয়াল পেন্সন ১৫ হাজাৰ টকাৰপৰা ২০ হাজাৰ টকা আৰু চিকিৎসা ভাট্টা ২০ হাজাৰ টকা কৰা হৈছে।

নতুন প্ৰস্তাৱ মৰ্মে মুখ্য মন্ত্ৰীৰ মূল দৰমহা মাহে ৯০ হাজাৰ টকাৰপৰা ১ লাখ ৩০ হাজাৰ কৰা হৈছে। ইয়াৰ উপৰি মুখ্য মন্ত্ৰীৰ সমষ্টি সহায়কৰ ভাট্টাৰ লগতে অন্যান্য ভাট্টাসমূহো বৃদ্ধিৰ বাবে প্ৰস্তাব কৰা হৈছে। সামগ্ৰিকভাৱে মুখ্য মন্ত্ৰীৰ দৰমহা এতিয়াতকৈ মাহে প্ৰায় ৬০ হাজাৰ টকা বৃদ্ধি কৰা হৈছে।

বৃহস্পতিবাৰে বিধানসভাত উহ্থাপন কৰা বিধেয়ক মতে কেবিনেট মন্ত্ৰী মূল দৰমহা পূৰ্বৰ ৮০ হাজাৰ টকাৰপৰা ১ লাখ ১০ হাজাৰ টকা, বিৰোধী দলৰ নেতাৰ মূল দৰমহা ৮০ হাজাৰ টকাৰপৰা ১ লাখ ১০ হাজাৰ টকা, ৰাজ্যিক মন্ত্ৰীৰ মূল দৰমহা ৭৫ হাজাৰ টকাৰপৰা ১ লাখ টকা, উপ মন্ত্ৰীৰ মূল দৰমহা ৭০ হাজাৰ টকাৰপৰা ৯৫ হাজাৰ টকা কৰাৰ প্ৰস্তাৱ কৰা হৈছে।

কেবিনেট মন্ত্ৰী, বিৰোধী নেতাৰ সমষ্টি সহায়কৰ ভাট্টা, ব্যয় সংযমী ভাট্টা আদিও বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি তেওঁলোকে বিধানসভাৰ বৈঠক, ভ্ৰমণ বানচ আদি মুখ্য মন্ত্ৰীৰ সমানে লাভ কৰিব।

আনহাতে বিধানসভাৰ অধ্যক্ষৰ মূল দৰমহা ৮০ হাজাৰ টকাৰপৰা ১ লাখ ২০ হাজাৰ টকা আৰু উপাধ্যক্ষৰ মূল দৰমহা ৭৫ হাজাৰ টকাৰপৰা ১ লাখ টকা কৰা হৈছে। অন্যান্য সা-সুবিধা মন্ত্ৰীৰ সমানে লাভ কৰিব বুলি বিধেয়কখনৰ জৰিয়তে উল্লেখ কৰে।

এই সম্পৰ্কত বিধানসভাৰ অধ্যক্ষই কয় যে এইবাৰ বিধায়কসকলে নিজে নিজে দৰমহা আৰু ভাট্টা বৃদ্ধি কৰা নাই। পি পি বাৰ্মাৰ নেতৃত্বত এই  সম্পৰ্কত তিনিজনীয়া এখন কমিটী কৰা হৈছিল। আৰু এই কমিটীৰ প্ৰতিবেদনৰ ভিত্তিতে বিধেয়কখন উহ্থাপনৰ অনুমতি দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd